১৫ মে'ৰ পৰা এই কেইটা ৰাশিৰ জাতক-জাতিকাই লাভ কৰিব সুখবৰ। জানি লওক সবিশেষ... ১৫ মে'ৰ পৰা এই কেইটা ৰাশিৰ জাতক-জাতিকাই লাভ কৰিব সুখবৰ। জানি লওক সবিশেষ... ভাৰতীয় নিয়ম মতে চন্দ্ৰৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি ৰাশিফল গণনা কৰা হয়। কিন্তু ইংৰাজী অনুসৰি, এই ক্ষেত্ৰত সূৰ্যক অগ্ৰাধিকাৰ দিয়া হয়। গতিকে ইংৰাজীত ৰাশিক চান চাইন (Sun Sign) বুলি কোৱা হয়। এই ক্ষেত্ৰত, জন্মদিন অনুসৰি, এয়া স্পষ্ট যে এজন ব্যক্তি কি ৰাশিৰ। ১৫ মে'ৰ পৰা এই কেইটা ৰাশিৰ জাতক-জাতিকাই লাভ কৰিব সুখবৰ। জানি লওক সবিশেষ...
মেঘ ৰাশিঃ কোনোবা সমাৰোহত আপুনি হীনমন্যতাৰ চিকাৰ হ’ব পাৰে। এই সমস্যাৰ পৰা মুক্তি পাই ইতিবাচক চিন্তাৰ সহায় লওক। ইয়াৰ অবিহনে আপুনি আত্মবিশ্বাসী হ’ব নোৱাৰিব। হঠাৎ অহা খৰছৰ কাৰণে আৰ্থিক বোজা বাঢ়িব পাৰে। পৰিয়ালৰ লগতে সামাজিক গতি বিধিয়ে সকলোকে আনন্দিত কৰিব। ৰোমাঞ্চৰ দৃষ্টিভংগীৰে আজিৰ জীৱন যথেষ্ট জটিল হ’ব।
বৃষ ৰাশিঃ পিতৃ–মাতৃক উলাই কৰাই আপোনাৰ ভৱিষ্যতৰ সম্ভাৱনা শেষ কৰে। ভাল সময় বহুত দেৰিলৈকে নাথাকে। একেলগে থাকিলে সংগীত আৰু সংঘাত হ’লে ককৰ্শ শব্দ। আমি যি কৰো তাৰে কৰ্মফল পাও। দিন যোৱাৰ লগে লগে বিত্তীয় দিশত শুধৰণি আহিব। বন্ধুৰ সৈতে সন্ধিয়া বাহিৰলৈ ফুৰিবলৈ যাওক। ইয়াৰ জৰিয়তে আপোনাৰ যথেষ্ট লাভ হ’ব। কিছু অনুভৱী মানুহৰ কাৰণে সৈতে জড়িত হৈ তেওঁলোকৰ দৃষ্টিভংগী গ্ৰহণ কৰক। আপোনাৰ জীৱনসংগীৰ কাম–কাজক লৈ ব্যস্ততা আপোনাৰ উদাস মনৰ কাৰণ হ’ব পাৰে।
মিথুন ৰাশিঃ বন্ধুৱে আপোনাৰ পৰিচয় কোনো বিশেষ ব্যক্তিৰ সৈতে কৰাব। আপোনাৰ চিন্তাত গভীৰ প্ৰভাৱ পেলাব। আপোনাৰ লাভ হ’ব কাৰণে পৰিয়ালৰ সদস্যসকল আপোনাৰ ইতিবাচক চিন্তাৰে প্ৰভাৱিত হ’ব। এয়া আন এখন দেশৰ সৈতে ব্যৱসায়িক সম্পৰ্ক বনোৱাৰ কাৰণে ভাল সময়। আনক সন্মত কৰোৱাৰ ক্ষেত্ৰত আপোনাৰ প্ৰতিভাই আপোনাক যথেষ্ট লাভান্বিত কৰিব।
ধনু ৰাশিঃ শাৰীৰিক বেমাৰ ভাল হোৱাৰ সম্ভাৱনা। আর্থিক ক্ষেত্ৰত খৰটকীয়াকৈ সিদ্ধান্ত নলব। দিনটো ভালকৈ শৃংখলাৱদ্ধ কৰি লওক। জীৱনসংগীৰ সৈতে ভাল। কোনো অংশীদাৰিৰ সিদ্ধান্ত নল’ব।
মকৰ ৰাশিঃ জীৱনটো ভালকৈ সজাবলৈ নিজৰ মন–মগজুৰ দ্বাৰ ভালকৈ খুলি ৰাখক। চিন্তা এৰিব লাগিব। আৰ্থিক উন্নতিৰ কাৰণে ক্ৰয় কৰাটো সহজ হ’ব। নিজৰ প্ৰিয়জনৰ ওচৰত সুখ অনুভৱ কৰিব। ভগৱানৰ দৃষ্টিত ভাল হৈ থাকিবলৈ নিজৰ কাম ভালকৈ কৰক। আপুনি ভবাধৰণে প্ৰতিটো কাম নহ’ব পাৰে।
কুম্ভ ৰাশিঃ আপোনাৰ ঈৰ্ষাপৰায়নতাই আপোনাৰ উদাস আৰু দুখী কৰিব পাৰে। এই দুখ আপুনি নিজে নিজক দিছে। সেইকাৰণে যিমান পাৰে জলদি এয়া আপুনি এৰক। আনৰ সুখ–দুখ ভাগ–বটোৱাৰা কৰাৰ অভ্যাস গঢ়ি তোলক। যদি আপুনি দীঘলীয়া সময়ৰ কাৰণে বিনিয়োগ কৰিছে তেনেহ’লে ভাল লাভ উঠাবলৈ চেষ্টা কৰক। নিজৰ অতিৰিক্ত সময় নিঃস্বাৰ্থ সেৱাত লগাওক। ইয়ে আপোনাৰ পৰিয়ালক আনন্দিত কৰিব। অংশীদাৰিত্বৰে বাৰ্তা দিয়া সহজ হ’ব।
মীন ৰাশিঃ বেংকৰ সৈতে জড়িত লেন–দেন সাৱধানেৰে কৰক। কামৰ চাপৰ কাৰণে মানসিক উত্থান–পতন আৰু সমস্যাৰ সন্মুখীন হ’ব পাৰে। গাড়ী সাৱধানে চলাব। নিজৰ প্ৰিয়জনৰ কাষত থাকক কিয়নো আজি দিনটো সাংঘাতিক ভাল নহ’ব পাৰে।
Published by: Himangshu Bhuyan
First published: May 14, 2022, 10:00 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|