আঘাত নেওচি ভাৰতীয় দলত অন্তৰ্ভুক্ত হৈছে হিমা দাস, ১১ মে’ৰ পৰা অনুষ্ঠিত বিশ্ব ৰীলেত অংশ ল’ব হিমাই

পিঠিৰ বিষত জৰ্জৰ হৈ এছিয়ান এথলেটিকছৰ পৰা বিদায় ল’বলগীয়া হৈছিল হিমাই। 

news18assam
Updated:April 29, 2019, 12:46 PM IST
আঘাত নেওচি ভাৰতীয় দলত অন্তৰ্ভুক্ত হৈছে হিমা দাস, ১১ মে’ৰ পৰা অনুষ্ঠিত বিশ্ব ৰীলেত অংশ ল’ব হিমাই
পিঠিৰ বিষত জৰ্জৰ হৈ এছিয়ান এথলেটিকছৰ পৰা বিদায় ল’বলগীয়া হৈছিল হিমাই। 
news18assam
Updated: April 29, 2019, 12:46 PM IST
পদক জয়ৰ লক্ষ্যৰে অসম জীয়ৰি হিমা দাস অন্তৰ্ভুক্ত হৈছে ভাৰতীয় দলত। ১১ মে’ৰ পৰা জাপানৰ য়'ক’হামাত অনুষ্ঠিত হবলগীয়া বিশ্ব ৰীলেত অংশ লব স্প্ৰিণ্টাৰ হিমা দাসে। বিশ্ব ৰীলেৰ মহিলাৰ ৪×৪০০ মিটাৰ ৰীলেত অংশ লব হিমা দাসে। বিগত ডোহাৰ এছিয়ান এথলেটিকছত আঘাটৰ বাবে দৌৰিব নোৱাৰিলে হিমাই। পিঠিৰ বিষত জৰ্জৰ হৈ এছিয়ান এথলেটিকছৰ পৰা বিদায় ল’বলগীয়া হৈছিল হিমাই।
আৰু চাওক পৰৱৰ্তী বাতৰি