BDSM! হিংসাত্মক এই যৌন সম্পৰ্ক ৰক্ষাৰ পূৰ্বে মনত ৰাখক এই ৫টা কথা

News18 Assam | News18-Assam
Updated:December 24, 2020, 11:06 PM IST
BDSM! হিংসাত্মক এই যৌন সম্পৰ্ক ৰক্ষাৰ পূৰ্বে মনত ৰাখক এই ৫টা কথা
খুব ভালদলে বুজা-পৰা নাথাকিলে BDSM আনন্দৰ পৰিৱৰ্তে যান্ত্ৰণালৈ পৰিগণিত হয়। যি সংকটৰ কাৰণ হৈ উঠিব পাৰে।

খুব ভালদলে বুজা-পৰা নাথাকিলে BDSM আনন্দৰ পৰিৱৰ্তে যান্ত্ৰণালৈ পৰিগণিত হয়। যি সংকটৰ কাৰণ হৈ উঠিব পাৰে।

  • News18 Assam
  • Last Updated: December 24, 2020, 11:06 PM IST
  • Share this:
BDSM শব্দটো ইংৰাজীৰ চাৰিটা শব্দৰে সৃষ্টি হৈছে। B মানে Bondage, D মানে Dominance, S মানে Sadism আৰু M মানে Masochism।

শব্দ কেইটাই স্পষ্টকৈ জনাই দিছে যে, এই যৌনতা সকলোৰে বাবে নহয়। একাংশ লোকে অন্য লোকৰ ওপৰত অত্যাচাৰ চলোৱাৰ দৰে শাৰীৰিক সম্পৰ্ক স্থাপন কৰি যৌন সুখ লাভ কৰে। যি সংগীৰ বাবে হৈ পৰিব পাৰে কষ্টকৰ।

এজন যুৱকে BDSMৰ ইচ্ছা প্ৰকাশ কৰিবলৈ কি কি কৰ্তব্য পালন কৰিব লাগে, সেয়া জানিবলৈ পল্লৱী বৰ্নৱাললৈ পত্ৰ প্ৰেৰণ কৰিছিল। পাঁচটা বিষয়ত পৰামৰ্শ দিছিল পল্লৱীয়ে।

১. সংগীৰ সৈতে স্পষ্ট কৈ কথা শ্বেয়াৰ কৰিব লাগে। জনাব লাগে, তেওঁ কি বিচাৰে। লগতে তেওঁ কি বিচাৰে, সেয়াও জনা দৰকাৰ। তাৰ পিছত কি কি কৰা হ’ব সেয়া ঠিক কৰিব লাগে।

২. একক ভাবে কোনো সিদ্ধান্ত ল’ব নালাগে। দুয়ো পক্ষৰ সুবিধাৰে সকলো সিদ্ধান্ত ল’ব লাগে।

৩. চেফ ৱৰ্ড ঠিক কৰিব লাগে।

৪. খেলা সামগ্ৰী ব্যৱহাৰ কৰিব লাগে।

৫.BDSMৰ অভিধানত এই বিষয়টোক কোৱা হয় আফটাৰ কেয়াৰ। যি অন্য পক্ষৰ অত্যাচাৰ সহ্য কৰিব, তাৰ কিছু প্ৰাথমিক প্ৰয়োজনীয়তাৰ দিশতো দৃষ্টি ৰাখিব লাগে।
Published by: Himangshu Bhuyan
First published: December 24, 2020, 11:06 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি