প্ৰয়োজনৰ সময়ত চিকিৎসক পোৱাটোৱেই হৈছে #RestartRight কৰাৰ শ্ৰেষ্ঠ উপায়!

- News18 Assam
- Last Updated: January 7, 2021, 11:45 AM IST
এই অনিশ্চয়তা আৰু চাপে আমাক এনে অনুভৱ কৰোৱায় যেন আমি গুৰুত্বপূৰ্ণ জন্মদিন, আমাৰ বন্ধুবৰ্গ আৰু প্ৰিয়জনৰ সতে দেখা কৰা আৰু আমাৰ দৈনন্দিন ৰুটিন ক’ৰবাতে থৈ আহিছোঁ। কিন্তু হ্ৰাস হোৱাৰ নামেই নোলোৱা দ্ৰুতগতিত বিয়পা এই ভাইৰাছৰ ক্ষেত্ৰত পৰিচ্ছন্নতা, সামাজিক দূৰত্ব বজাই ৰখা আৰু জৰুৰীকালীন পৰিস্থিতিৰ ক্ষেত্ৰত সুৰক্ষা প্ৰট’কল অনুসৰণ কৰাটো অত্যাৱশ্যকীয়।
এতিয়া দ্ৰুতভাৱে স্পষ্ট হৈ উঠিছে এক আকস্মিক পৰিস্থিতিৰ সৈতে যুঁজাৰ পৰিকল্পনাৰ প্ৰয়োজনীয়তা যি আপোনাক সমৰ্থন কৰি আৰু সময়ৰ প্ৰত্যাহ্বান মুখামুখিকৈ গ্ৰহণ কৰিব পাৰিব। আপোনাৰ পৰিৱৰ্তিত প্ৰয়োজনীয়তাৰ যত্ন লৈ আৰু তেওঁলোকৰ সুৰক্ষাৰ প্ৰতিশ্ৰুতিৰে ICICI Lombard-এ বুজি পায় যে নতুন স্বাভাৱিক পৰিস্থিতি আমাৰ বেছিভাগৰ বাবে এক অতি অনিশ্চিত কথা। গ্ৰাহকসকলক ল'কডাউনৰ পৰা ওলাই অহা আৰু Restart Right কৰাওঁতে তেওঁলোকে বুজি পায় এই ব্যৱধানখিনি পূৰণ কৰাৰ আটাইতকৈ সহজ আৰু সুৰক্ষিত উপায় হৈছে প্ৰযুক্তিৰ বিকাশ সক্ষম কৰি তোলা।
হেল্লো ডাক্তৰ!
যদি আপুনি অসুস্থ অনুভৱ কৰিছে আৰু চিকিৎসকৰ প্ৰয়োজন হয়, এপটোত ক্লিক কৰক আৰু টেলি-কনছালটেশ্বনৰ যোগেৰে চিকিৎসকৰ পৰামৰ্শ ল'বলৈ এই সুবিধাটো ব্যৱহাৰ কৰক। আপুনি লাগিকে লকডাউনতে থাকক বা ঘৰত; সামান্য বিষ, দুখ পোৱা আৰু অন্যান্য ৰোগ বৰ অসময়ত হ’ব পাৰে। বাহিৰলৈ গৈ বিপদাশংকা বৃদ্ধি কৰাৰ সলনি, গ্ৰাহকসকলে এতিয়া 24x7 চিকিৎসা আৰু যত্ন প্ৰাপ্ত কৰিব পাৰে। আপুনি কেৱল লক্ষণবোৰ কেনেকুৱা আৰু কেনে অনুভৱ কৰিছে সেইবিষয়ে পৰ্যাপ্ত তথ্য প্ৰদান কৰিব লাগিব আৰু চিকিৎসকে ৰোগ নিৰ্ণয় কৰি প্ৰয়োজন হ'লে আপোনাক ডিজিটেল প্ৰেছক্ৰিপশ্বন দিব।

একেটা এপৰ পৰা আপুনি কৰিব পৰা অন্যান্য উপযোগী কাম...
• ICICI Lombard স্বাস্থ্য বীমাৰ সৈতে কেশ্বলেছ অনুমোদন প্ৰাপ্ত কৰক।
• আপোনাৰ সকলো আঁচনিৰ বিৱৰণ আৰু লাভালাভ একেটা স্থানৰ পৰা ট্ৰেক কৰক
যিসকল ব্যক্তি সঠিকভাৱে জীৱন কটাবলৈ গৈ সংগ্ৰাম কৰিবলগীয়া হৈছে, বা চাপৰ সৈতে মোকাবিলা কৰিবলগীয়া হৈছেছে, IL Take Care এপটোৱে আপুনি নিজকে আৰু আপোনাৰ প্ৰিয়জনৰ যত্ন ৰখাৰ বাবে বীমাৰ সমাধান প্ৰদান কৰে। দাবীৰ পৰা আৰম্ভ কৰি নৱীকৰণলৈকে সকলোবোৰ যত্ন লোৱা হয় আৰু আপুনি ঘৰৰ দুৱাৰৰ বাহিৰত ভৰি নিদিয়াকৈয়ে এই সুবিধাসমূহ পাব পাৰে। গতিকে যদি আপুনি নিৰ্ভৰযোগ্য বিকল্প আৰু এক মহান সমৰ্থন প্ৰণালী বিচাৰিছে, তেন্তে যিকোনো স্থানৰ পৰাই #RestartRight কৰিবৰ বাবে ICICI Lombard-ৰ IL Take Care এপটো ব্যৱহাৰ কৰি চাওক।
এইটো এক স্পনছৰড প’ষ্ট।
Disclaimer:
Tele-consultation coverage is available under Group TakeCare Insurance. The advertisement contains only an indication of the cover offered. For complete details on risk factors, terms, conditions, coverages and exclusions, please read the sales brochure carefully before concluding a sale. ICICI trade logo displayed above belongs to ICICI Bank and is used by ICICI Lombard GIC Ltd. under license and Lombard logo belongs to ICICI Lombard GIC Ltd. ICICI Lombard General Insurance Company Limited, ICICI Lombard House, 414, Veer Savarkar Marg, Prabhadevi, Mumbai – 400025. IRDA Reg.No.115. Toll Free 1800 2666. Fax No – 022 61961323. CIN (L67200MH2000PLC129408). customersupport@iciclombard.com. www.icicilombard.com Product Name: Group Take Care Insurance, Product Misc 149 UIN: ICIHLGP21382V022021. ADV/10899