• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • জানেনে #HamdardRoghanBadamShirin আপোনাৰ স্বাস্থ্য আৰু সৌন্দৰ্যৰ বাবে কিয় প্ৰয়োজনীয়?

জানেনে #HamdardRoghanBadamShirin আপোনাৰ স্বাস্থ্য আৰু সৌন্দৰ্যৰ বাবে কিয় প্ৰয়োজনীয়?

Source-Google

Source-Google

আজিৰ যুগত আমি আটাইৰে ছাল, চুলি আৰু সামগ্ৰিক স্বাস্থ্য নিৰন্তৰ চাপত থকা যেন অনুভৱ হয়।

  • Share this:
বাডামৰ আছে বহু স্বাস্থ্যকৰ গুণাগুণ। আনকি আইতা বা মায়ে উৰে নিশা বাদাম পানীত থৈ পিছদিনা ৰাতিপুৱা সেইবোৰ আমাৰ বাবে বাকলি গুছোৱাও মনত আছে। আজিৰ যুগত আমি আটাইৰে ছাল, চুলি আৰু সামগ্ৰিক স্বাস্থ্য নিৰন্তৰ চাপত থকা যেন অনুভৱ হয়। আমি
নিস্তেজ চুলি আৰু লেতেৰা ছালৰ সৈতে অনেক সমস্যাৰ সৈতে মোকাবিলা কৰিবলগীয়া হয়।

‘Rogan Badam Shirin’ হৈছে হমদৰ্দৰ এক ১০০ শতাংশ বিশুদ্ধ,বাদামৰ এক অতুলনীয় উন্নত ফৰ্মূলেশ্যন। উচ্চ মানদণ্ডৰ তেল হিচাপে, ই আপোনাক ভিটামিন ই, ভিটামিন এ, জিংক আৰু অমেগা-3 ফেটি এচিডৰ সকলো প্ৰাকৃতিক লাভালাভ প্ৰদান কৰে। মাথো এটা বাডামেই আপোনাৰ মগজু আৰু হাড় শক্তিশালী কৰিব পাৰে। ভাগৰ লগাটো উপশম কৰিব পাৰে, আপোনাক ভালদৰে শুবলৈ আৰু আনকি প্ৰাণশক্তি উন্নত কৰাতো সহায় কৰিব পাৰে। ইয়াৰ উপৰিও ছালৰ যত্ন, চুলিৰ যত্ন আৰু ৰন্ধনৰ বাবে ইয়াৰ এক সম্পূৰ্ণ পৰিসৰ আছে। যিবোৰ শৰীৰৰ বাবে ভাল আৰু ব্যৱহাৰ কৰিবলৈ সহজ।

আপোনাৰ ছাল আৰু নখৰ সৌন্দৰ্যৰ বাবে উপযোগী এই বাডাম। এই গ্ৰীজবিহীন আৰু গভীৰভাৱে মশ্চৰাইজ কৰিব পৰা পাতল আৰু বাদাম তেলে ঠাণ্ডা আৰু শুকান শীতৰ বতৰৰ সৈতে যুঁজ দি আপোনাৰ ছাল কোমল আৰু নমনীয় কৰি ৰাখে। আপোনাৰ প্ৰাথমিক মশ্চৰাইজাৰ হিচাপে বা আপোনাৰ মুখ আৰু শৰীৰত মালিচ তেল হিচাপে ব্যৱহাৰ কৰি চাওক। আনকি এই তেল নিয়মিত ব্যৱহাৰ কৰিলে কিলাকুটি, আঁঠু আৰু গোৰোহা আদি শুকান ঠাইৰ বাবে উপকাৰী।
Published by:Himangshu Bhuyan
First published: