গেষ্ট্ৰিকৰ সমস্যাই জলাকলা খুৱাইছে নেকি? গেছ আৰু বদহজমৰ সমস্যাৰ বাবে খাওক এইসমূহ খাদ্য
আমাৰ খাদ্যৰ তালিকাৰ ফলতো এই সমস্যাত যথেষ্ট প্ৰভাৱ পৰে।
আমাৰ খাদ্যৰ তালিকাৰ ফলতো এই সমস্যাত যথেষ্ট প্ৰভাৱ পৰে।
- News18 Assam
- Last Updated: August 8, 2021, 2:01 PM IST
গেছ আৰু বদহজমৰ সমস্যাৰ বাবে খাওক এইসমূহ খাদ্য।
১. গেষ্ট্রিকৰ সমস্যা থকা লোকসকলে দৈনিক কমেও এটাকৈ কল খাওক।
৩. তিয়হ খালেও পেটত গেছ আৰু এচিডিটীৰ সমস্যা নহয়।
৪. গেষ্ট্রিকৰ সমস্যাৰ বাবে নাৰিকলৰ পানী অতি উপকাৰী।
৫. গেষ্ট্রিকৰ সমস্যা থাকিলে ঠাণ্ডা গাখীৰ খাওক।
৭. গেষ্ট্রিকৰ সমস্যাত আটাইতকৈ উত্তম পানী। দিনটো যিমান পাৰে সিমানে পানী খাওক।
৮. দিনটোত এবাৰ খাওক ভেজিটেবল জুচ।












