உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • জীৱন যাত্ৰাত আপোনাৰ সন্তানক পুষ্টিৰ অভাৱে কেনেদৰে প্ৰভাৱিত কৰে?

    জীৱন যাত্ৰাত আপোনাৰ সন্তানক পুষ্টিৰ অভাৱে কেনেদৰে প্ৰভাৱিত কৰে?

    সুষম পুষ্টি বুলিলে কি বুজায়?

    সুষম পুষ্টি বুলিলে কি বুজায়?

    সুষম পুষ্টি বুলিলে কি বুজায়?

    • Share this:
    আপোনাৰ সন্তানৰ জীৱনৰ আৰম্ভণিৰ বছৰ কেইটাত সুস্বাস্থ্য আৰু বিকাশৰ বাবে সুষম পুষ্টি অতি প্ৰয়োজনীয়। এই সময়ছোৱাত সৰ্বোৎকৃষ্ট পুষ্টি লাভ কৰা বা পুষ্টিৰ অভাৱ দূৰ কৰাৰ উপায়বোৰ গুৰুত্বপূৰ্ণ কিয়নো এইখিনি সময়তে শিশু এটিয়ে আটাইতকৈ ভালদৰে শিকে।

    প্ৰাপ্তবয়স্কৰ দৰেই, শিশুসকলে নিজা পছন্দ বিকশিত কৰে আৰু কি কি খাব সেয়া বাছনি কৰিব পাৰে। তেওঁলোকে কিছুমান খাদ্য বেছিকৈ ভাল পায়, আৰু সেইবোৰ স্বাস্থ্যৰ বাবে ভাল নহ’বও পাৰে। তেওঁলোকে পাচলি খালেও, তাত সুষম আহাৰত থাকিবলগীয়া সকলোবোৰ উপাদান অন্তৰ্ভুক্ত নাথাকিব পাৰে। অভিভাৱক হিচাপে, আপুনি কেৱল খাদ্যৰ সঠিক মিশ্ৰণ প্ৰদান কৰাই নহয়, লগতে আপোনাৰ সন্তানক এক শক্তিশালী ৰোগ প্ৰতিৰোধ প্ৰণালী গঢ়াত সহায় কৰিবলৈ আৰু আজীৱন থাকিবলগীয়া সুখাদ্যৰ অভ্যাস সৃষ্টি কৰাৰ বাবেও দায়বদ্ধ।

    সুষম পুষ্টি বুলিলে কি বুজায়?

    জন্ম হোৱাৰে পৰা যৌৱনকাল প্ৰাপ্তিলৈকে, আপোনাৰ সন্তানৰ শৰীৰ দ্ৰুত গতিত সলনি হয়।ইয়াৰ লগে লগে, সিহতৰ মেক্ৰ'পুষ্টি (কাৰ্বোহাইড্ৰেট, প্ৰ'টিনআৰুচৰ্বি) আৰুমাইক্ৰ'পুষ্টিৰ (ভিটামিনআৰুখনিজ) প্ৰয়োজনীয়তাও সলনি হয়।

    পৰ্যাপ্ত পুষ্টি হৈছে ভাৰসাম্যতা বজাই ৰখা খাদ্য আৰু পানীয় যি আমাৰ শৰীৰক সঠিকভাৱে কাম কৰিব পৰাকৈ সকলো ইন্ধন প্ৰদান কৰে।যদি আপোনাৰ সন্তানৰ আহাৰত বেছিভাগ ষ্ট্ৰীটফুড, ক’ল্ডড্ৰিংক আৰু কেণ্ডি থাকে, তেন্তে আপোনাৰ সন্তানৰ পেটভৰ্তি হৈ থাকিলেও শৰীৰৰ পুষ্টি সম্পূৰ্ণ নহয়।
    তেওঁলোকে হয়টো দৈনিক খাদ্যৰপৰা এইবিলাকৰ কিছু প্ৰাপ্তকৰে, কিন্তু আপুনি কেনেদৰে জানিব যে তেওঁলোকে পৰ্যাপ্তপুষ্টি লাভ কৰি আছেনে নাই?

    পৰ্যাপ্ত পুষ্টি কেনেদৰে নিশ্চিত কৰিব?

    যদি আপোনাৰ পৰিয়ালে ইতিমধ্যে  বিভিন্ন প্ৰকাৰৰ ফল আৰু পাচলিৰে পৰিপূৰ্ণ সুষম আহাৰ গ্ৰহণ কৰি আছে তেন্তে আপুনি বিশেষ পৰিৱৰ্তন কৰাৰ প্ৰয়োজন নাই। কিন্তু যদি আপোনাৰ পৰিয়ালৰ আহাৰ আপুনি বিচৰা দৰে স্বাস্থ্যকৰ খাদ্যেৰে পৰিপূৰ্ণ নহয়,  তেনেহ'লে "শৈশৱকাল" হৈছে সেইখিনি সঠিক ভাৱে নিৰ্ধাৰণ কৰাৰ সময়!

    আপোনাৰ সন্তানৰ পেট পূৰ্ণ নোহোৱালৈকে নিজেই খাবলৈ উদগনি দিয়ক, এক স্বাস্থ্যকৰ ৰুটিন সৃষ্টি কৰক যেনে, পুৱাৰ আহাৰৰ সৈতে দিনটো আৰম্ভ হয় আৰু আপোনাৰ সন্তানৰ পুষ্টিবৰ্ধন কৰিবলৈ কোনো অতিৰিক্ত চেনি যোগ নিদিয়া উপযুক্ত হেল্থ ড্ৰিংকৰ দৰে বৈকল্পিক উৎস দিয়া হয়।.

    যদি এনে পৰিস্থিতি সৃষ্টি কৰিব পাৰি য'ত শিশু আৰু খাদ্যৰ মাজত ইতিবাচক সম্পৰ্ক সৃষ্টি কৰিব পাৰি; তেওঁলোকে গোটেই জীৱন সেইটো মানি চলিব, কিন্তু সঠিক উপায় বিচাৰি পোৱাটো অলপ কঠিন হ'ব পাৰে।



    -NANGROW হৈছে দুইৰ পৰা পাঁচবছৰ বয়সৰ শিশুৰ বাবে প্ৰস্তুত কৰা এক সুস্বাদু, ক্ৰীমযুক্ত ভেনিলা ফ্লেভাৰৰ পুষ্টিকৰ গাখীৰৰ পানীয়।

    আপোনাৰ সন্তানৰ পুষ্টি সমৰ্থন কৰিবৰ বাবে এক হেল্থ ড্ৰিংক Nestlé NANGROW হৈছে এক পুষ্টিকৰ গাখীৰৰ পানীয় য'ত শিশুৰ বিকাশ আৰু বৃদ্ধিত সহায় কৰিব পৰাকৈ অত্যাৱশ্যকীয় পুষ্টি থাকে।

    DHA-ই সাধাৰণ মস্তিষ্ক বিকাশত অৰিহণা যোগায়।
    আইৰণ আৰু আয়’ডিনে স্বাভাৱিক জ্ঞান সম্বন্ধীয় বিকাশত সহায় কৰে।
    ভিটামিন এ, চি, আইৰণ, চেলেনিয়াম আদিয়ে স্বাভাৱিক ৰোগ প্ৰতিৰোধ প্ৰণালী শক্তিশালী কৰাত সহায় কৰে।
    Whey protein হৈছে আটাইবিলাক অত্যাৱশ্যকীয় এমিনো এচিডৰ উৎস আৰু শৰীৰৰ দ্বাৰা সহজে হজম আৰু শোষণ হয়।

    অৱশেষত, যিসকল অভিভাৱকে শৈশৱকালৰ আৰম্ভণিতে ভাল পুষ্টিৰ বিকল্পৰ গুৰুত্ব সুদৃঢ় কৰে, তেওঁলোকৰ শিশুটি সঠিক ভাৱে বিকশিত হোৱাৰ সম্ভাৱনা অধিক আৰু সহজেই সিঁহত নিজৰ সম্পূৰ্ণ বিকশিত ৰূপত উপনীত হ'বলৈ সক্ষমহয়। মনতৰাখিব- আকাশখন হৈছে অন্তিমসীমা!

    এইটো এক পাৰ্টনাৰড পোষ্ট।
    Published by:Himangshu Bhuyan
    First published: