Sanjeevani A Shot of Life: নীতি আয়োগৰ উপাধ্যক্ষ অমিতাভ কান্তে ক'লে, কোৰোণাৰ টিকা সকলোৱে ল'ব লাগে, নিয়ম সমূহ পালন কৰিব লাগে

News18 Assam | News18-Assam
Updated:April 7, 2021, 4:24 PM IST
Sanjeevani A Shot of Life: নীতি আয়োগৰ উপাধ্যক্ষ অমিতাভ কান্তে ক'লে, কোৰোণাৰ টিকা সকলোৱে ল'ব লাগে, নিয়ম সমূহ পালন কৰিব লাগে
বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে Network 18 আৰু ফেডাৰেল বেংকে দেশত কোৰোণা বিৰোধী টিকাকৰণৰ বাবে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ সঞ্জীৱনী অভিযান (Sanjeevani A Shot of Life: Federal Bank and Network 18 Initiative) মুকলি কৰে।

  • Share this:
Sanjeevani A Shot of Life: Federal Bank and Network 18 Initiative: ভাৰতীয় প্ৰশাসনিক বিষয়া অমিতাভ কান্তে (IAS Amitabh Kant) কৈছিল যে, কোৰোণা ভাইৰাছৰ দ্বিতীয় ঢৌৰ সংক্ৰমণ অতি দ্ৰুত। গতিকে প্ৰতিগৰাকী দেশবাসীয়েই সকলোধৰণৰ কোৰোণা বিধি মানি চলা উচিত।

বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে Network 18 আৰু ফেডাৰেল বেংকে দেশত কোৰোণা বিৰোধী টিকাকৰণৰ বাবে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ সঞ্জীৱনী অভিযান (Sanjeevani A Shot of Life: Federal Bank and Network 18 Initiative) মুকলি কৰে।

ভাৰত-পাকিস্তান সীমান্তৰ আটাৰী সীমান্তত অনুষ্ঠিত এই কাৰ্যসূচীৰ লক্ষ্য হৈছে জনসাধাৰণৰ মাজত কোৰোণা ভেকচিনৰ প্ৰতি ইতিবাচক মনোভাৱৰ সৃষ্টি কৰা। একে সময়তে, মানুহৰ মাজত ভেকচিনৰ প্ৰতি থকা বিভ্ৰান্তি দূৰ কৰা।

এই সন্দৰ্ভত  CNN-News 18ৰ সৈতে নীতি আয়োগৰ উপাধ্যক্ষ অমিতাভ কান্তৰ হোৱা কথা বতৰাত কয় যে, 'মই দুয়োটা ভেকচিনৰ ডোজ সম্পন্ন কৰিছো। দুয়োটা ইমান সহজে হৈছিল যে, মই অনুভৱ কৰা নাছিলো। ভেকচিন সকলোৱে গ্ৰহণ কৰা উচিত।'

কান্তে লগতে কৈছে যে, ৯০ শতাংশ শেহতীয়া সংক্ৰমণৰ খবৰ দেশৰ ১১ খন ৰাজ্যৰ পৰা আহিছে। মই ভাৰতৰ জনসাধাৰণক জনাব বিচাৰো যে, ভাৰত হৈছে একমাত্ৰ দেশ যিয়ে ভেকচিন প্ৰস্তুত কৰিছে। সেয়েহে আপোনালোক সকলোৱে ভেকচিনটো লোৱা উচিত।'
Published by: Himangshu Bhuyan
First published: April 7, 2021, 4:24 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি