உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • দীপান্বিতাৰ সময়ত HDFC বেংকৰ ফেষ্টিভ ট্ৰীটৰ সৈতে ক্ষুদ্ৰ EMI দি ডাঙৰ সামগ্ৰী ক্ৰয় কৰক

    দীপান্বিতাৰ সময়ত HDFC বেংকৰ ফেষ্টিভ ট্ৰীটৰ সৈতে ক্ষুদ্ৰ EMI দি ডাঙৰ সামগ্ৰী ক্ৰয় কৰক

    • Share this:
    পোহৰৰ উৎসৱ দীপান্বিতা পাবহিৰেই হ’ল, আৰু আমিও উদযাপনৰ বাবে সাজু। এই আনন্দৰ দিনকেইটাই হৈছে ঘৰৰ বাবে ধুনীয়া ছোফা-ছেটযোৰ, আপোনাৰ মন পচন্দৰ গাড়ীখন বা আপুনি আপোনাৰ সপোনৰ ঘৰটো ক্ৰয় কৰাৰ বাবে শ্ৰেষ্ঠ সময়! এনেধৰণৰ যিকোনো ডাঙৰ সামগ্ৰী ক্ৰয় কৰা মানেই খৰচৰ পৰিমাণো অধিক, কিন্তু HDFC Bank Festive Treats  থাকোঁতে আপুনি ইয়াক লৈ চিন্তান্বিত হোৱাৰ প্ৰয়োজন নাই।

    HDFC বেংকে তেওঁলোকৰ "কৰো হৰ দিল ৰোশন" থীমৰ সৈতে সংগতি ৰাখি, আপোনালোক আটাইৰে বাবে এক উজ্জ্বল আৰু অধিক আনন্দময় উৎসৱৰ বতৰ নিশ্চিত কৰিবলৈ লৈ আনিছে বাহন ঋণ, দুচকীয়া বাহন ঋণ, গৃহ ঋণ, ব্যক্তিগত ঋণ, আৰু কেইবাটাও আকৰ্ষণীয় অফাৰ। আপুনি কৰা প্ৰতিটো ক্ৰয়ৰ সৈতে, আপুনি ব্যৱসায়বোৰকো এই উৎসৱৰ বতৰত পোহৰেৰে জিলিকি উঠাত সহায় কৰিব।

    সৰু সৰু EMI দিয়েই কেনেকৈ ডাঙৰ সামগ্ৰী ক্ৰয় কৰাটো বেংকটোৱে সম্ভৱপৰ কৰি তুলিছে, চাওঁ আহক:

    • বাহন ঋণ: আপুনি আপোনাৰ পচন্দৰ চাৰিচকীয়া বাহনখন কিনাৰ পৰিকল্পনা কৰিছে নেকি? HDFC Bank কাষ্টম ফিট বাহন ঋণ -ৰ সহায়ত কোনো অসুবিধা নোহোৱাকৈ পচন্দৰ গাড়ীখন লওক। 7.50% ৰ পৰা আৰম্ভ হোৱা সুতৰ হাৰ আৰু শূন্য ফৰক্ল’জাৰ মাচুলৰ* সৈতে, পলম কৰাৰ কোনো কাৰণেই থাকিব নোৱাৰে। আপুনি আনকি আপোনাৰ পচন্দৰ গাড়ীখনৰ বাবে 100% লৈকে ফাণ্ডিং লাভ কৰিবও পাৰে!

    • গৃহ ঋণ: যদি আপুনি সপোনৰ ঘৰ এখন নিজৰ কৰি লোৱাৰ কল্পনা কৰি আছিল, তেন্তে HDFC বেংকৰ গৃহ ঋণ-ৰ সহায়ত এই দীপান্বিতাই হৈছে এই সপোন পূৰ্ণ কৰাৰ উত্তম সময়। প্ৰতিবছৰে মাত্ৰ 6.70% ৰ পৰা আৰম্ভ হোৱা সুতৰ হাৰ আৰু বিশেষ প্ৰচেছিং ফীজৰ সৈতে, আপুনি অনেক পৰিমাণৰ সঞ্চয় কৰিব পাৰিব। ফেষ্টিভ ট্ৰীটৰ অংশ হিচাপে ইতিমধ্যে ঋণ লৈ থোৱা গ্ৰাহকসকলেও টপ-আপ ঋণৰ বাবে আবেদন কৰিব পাৰে।






    • দুচকীয়া বাহনৰ ঋণ: এখন মটৰচাইকেলেৰে অবিৰত পথত কৰা যাত্ৰাৰ স্বাধীনতাই কঢ়িয়াই আনিব পাৰে অফুৰন্ত আনন্দ। HDFC বেংকৰ দুচকীয়া বাহনৰ ঋণ- ৰ সৈতে আপুনি 4% লৈকে কম সুতৰ হাৰ উপভোগ কৰিব পাৰে, লগতে পাব পাৰে প্ৰচেছিং ফীজত 50% ৰেহাই আৰু 100% ফাণ্ডিং!

    • ব্যৱসায়িক ঋণ: আপোনাৰ ব্যৱসায়ৰ সম্প্ৰসাৰণ কৰাৰ কথা চিন্তা কৰিবৰ বাবে দীপান্বিতাই হৈছে এক উত্তম সময়। যদি আপুনি ব্যচসায়ৰ পৰিসৰ বৃদ্ধি কৰিব খোজে আৰু তাৰ বাবে বিত্তীয় সহায়ৰ প্ৰয়োজন, তেন্তে HDFC বেংকৰ ব্যৱসায়িক ণে 10 ছেকেণ্ডতে আপোনাৰ প্ৰয়োজন পূৰ্ণ কৰিব পাৰে, আৰু লগতে প্ৰচেছিং ফীজত আপুনি লাভ কৰিব পাৰে 50% ৰেহাই। গতিকে এই উছৱৰ সময়তে এটা সঠিক সিদ্ধান্ত লৈ আনন্দ দুগুণ কৰি তোলক।

    • ব্যক্তিগত ঋণ: আপোনাৰ প্ৰিয়জনৰ সৈতে ফুৰিবলৈ যোৱাই হওক বা আপোনাৰ ঘৰটো পুনৰ সজাবৰ বাবেই হওক, HDFC বেংকৰ ব্যক্তিগত ঋণ সহায়ত এয়া তেনেই সহজ। Rs 40 লাখ টকালৈকে ক’লেটাৰেল মুক্ত ঋণ লাভ কৰক। কোনো নথি-পত্ৰৰ কাম অবিহনেই আপুনি এয়া লাভ কৰিব পাৰে, আৰু সুতৰ হাৰ 10.25% ৰ পৰা আৰম্ভ।






    • সহজ EMI: যদি ঋণৰ কথা কওঁতে আপুনি EMIক লৈ চিন্তাত পৰিছে, তেন্তে শংকা নকৰিব! HDFC ফেষ্টিভ ট্ৰীটে EasyEMI ক্ৰয় বিকল্পৰ সহায়ত ইলেকট্ৰনিকছ, ডিউৰেবল আৰু লাইফষ্টাইল সামগ্ৰীত আপোনাক চিন্তামুক্ত কৰি ৰাখিব। HDFC বেংকৰ গ্ৰাহকে এতিয়া no-cost EMI ৰ সুবিধা গ্ৰহণ কৰি এই ছীজনতে তেওঁলোকে কৰা ক্ৰয়সমূহত CashBack লাভ কৰিবও পাৰিব।

    • বন্ধকৰ বিপৰীতে ঋণ আৰু স্বৰ্ণ ঋণ: চাপমুক্ত ফাইনেন্সিং লাভ কৰাটো বাস্তৱত পৰিণত কৰিবৰ বাবে বন্ধকৰ বিপৰীতেও ঋণৰ অফাৰ আছে, যিবিলাকৰ সুতৰ হাৰ 9.90%ৰ পৰা আৰম্ভ হয়। গ্ৰাহকে 5 লাখৰ ওপৰত স্বৰ্ণ ঋণ 9% সুতৰ হাৰত লাভ কৰিব পাৰে, যাৰ প্ৰচেছিং ফীজ 0.2%, আৰু নথিপত্ৰৰ কামো তেনেই কম। আটাইতকৈ ভাল কথা হৈছে এই ঋণসমূহ 45 মিনিটতে কাৰ্যকৰী হয়।


    ঋণৰ বাহিৰেও HDFC বেংকৰ ফেষ্টিভ ট্ৰীট ডেবিট আৰু ক্ৰেডিট কাৰ্ড, PayZapp and SmartBuy তো উপলব্ধ। গ্ৰাহকসকলে স্মাৰ্টফোন, ইলেকট্ৰনিক, গহনা, ভ্ৰমণ আৰু বিনোদনৰ 1000+ অফাৰৰ পৰা বাছনি কৰি শ্ৰেষ্ঠ ডীলসমূহ লাভ কৰিব পাৰে। এতিয়াই শ্বপিং আৰম্ভ কৰক!

    যদি আপুনি HDFC বেংকৰ গ্ৰাহক নহয়, আপুনি নৱেম্বৰৰ মাজলৈকে চলিবলগীয়া এই আকৰ্ষণীয় অফাৰসমূহ লাভ কৰিবৰ বাবে সহজেই এটা Savings Account  খুলিব পাৰে। HDFC বেংকৰ ছেভিংছ একাউণ্ট আৰু তাৰ অফাৰসমূহৰ বিষয়ে জানিব খোজে নেকি? ইয়াত ক্লিক কৰক।
    First published: