• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • আজি বন্ধুত্ব দিৱস, বন্ধুসকলৰ বাবে উদযাপন কৰা এটা বিশেষ দিন

আজি বন্ধুত্ব দিৱস, বন্ধুসকলৰ বাবে উদযাপন কৰা এটা বিশেষ দিন

বন্ধু সকলৰ বাবে উদযাপন কৰা এটা বিশেষ দিন। বন্ধুত্ব হৈছে দুই আৰু অধিক লোকৰ মাজত আটাইতকৈ বিশেষ বন্ধন।প্ৰত্যেক বছৰে আগষ্টৰ প্ৰথম দেওবাৰটো বন্ধুত্ব দিৱস হিচাপে পালন কৰা হয়।

  • Share this:
    আজি বন্ধুত্ব দিৱস। বন্ধুসকলৰ বাবে উদযাপন কৰা এটা বিশেষ দিন। বন্ধুত্ব হৈছে দুই আৰু অধিক লোকৰ মাজত আটাইতকৈ বিশেষ বন্ধন।প্ৰত্যেক বছৰে আগষ্টৰ প্ৰথম দেওবাৰটো বন্ধুত্ব দিৱস হিচাপে পালন কৰা হয়।  প্ৰত্যেকজন ব্যক্তিৰ জীৱনত নিজে বন্ধু বাচি ল’ব পাৰে। যাৰ সৈতে বন্ধুত্বৰ বান্ধোন ডাল চিৰজীৱনৰ বাবে বান্ধ খাই পৰে। সুখ–দুখ হওঁক সকলো সময়তে প্ৰকৃত বন্ধুৱে সঁহাৰি জনায়।

    মনৰ কথা পিতৃ-মাতৃ বা আন সম্পৰ্কীয় কোনো লোকক ক’ব নোৱাৰে, সেই কথাবোৰ ক’ব পাৰে এজন বন্ধুক। যাৰ কাষত ৰৈ মনত থকা ভাৰ পাতল কৰিব পাৰি। জীৱনত বুজি পোৱা বয়সৰ পৰা জীৱনৰ শেষৰ সময়লৈকে থাকি যায় বন্ধুত্ব। বন্ধুত্বৰ এই সম্পৰ্ক ইমানেই শক্তিশালী যে, এজন বন্ধুক পাহৰিব পৰাতো অসম্ভৱ।

    বন্ধুত্বৰ আছে হাজাৰটা সংজ্ঞা। বিভিন্নজনে এই সংজ্ঞা বিভিন্ন ধৰণে দিব বিচাৰে। বিভিন্ন সময়ত  বন্ধুত্বৰ ওপৰত বিভিন্ন গ্ৰন্থ, চিনেমাও নিৰ্মাণ কৰা হৈছে। ১৯৭৫চনত মুক্তি পাইছিল এখন ছুপাৰহিট ছবি ‘শ্বোলে’। যত ‘জয়’ আৰু ‘বীৰু’ৰ বন্ধুত্বই সকলোৰে মনত এক সুকীয়া স্থান দখল কৰিছে। চিনেমাখনৰ ‘য়ে ড’ষ্টী হম নহী চ’ৰেংগে’ গীতটি এতিয়াও এই  বিশেষ হৈ আছে।

    বন্ধুত্বই কোনো জাতি-ধৰ্ম-বৰ্ণ নাচায়।  দুজন ব্যক্তিৰ মাজত মনৰ মিল আৰু গঢ়ি উঠা আপোন ভাৱেই বন্ধুত্বৰ চিনাকি।
    First published: