বৰষুণ আহিল!স্কুল বন্ধৰ জাননী প্ৰত্যাহাৰ প্ৰশাসনৰ

কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ এই নিৰ্দেশনা

News18-Assam
Updated:August 26, 2019, 9:10 PM IST
বৰষুণ আহিল!স্কুল বন্ধৰ জাননী প্ৰত্যাহাৰ প্ৰশাসনৰ
কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ এই নিৰ্দেশনা
News18-Assam
Updated: August 26, 2019, 9:10 PM IST
উৎকট গৰমৰ বাবে  মহানগৰ প্ৰশাসনে ২৭ আৰু ২৮ আগষ্টত মহানগৰৰ সকলো বিদ্যালয় বন্ধ থাকিব বুলি ঘোষণা কৰিছিল। কিন্তু বতৰৰ পৰিবৰ্তনৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত সলনি কৰিছে মহানগৰ প্ৰশাসনে।কাইলৈ আৰু পৰহিলৈ খোলা থাকিব স্কুল।চৰকাৰী বিদ্যালয় সমূহৰ লগতে গুৱাহাটীৰ বেচৰকাৰী বিদ্যালয়সমূহৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব প্ৰশাসনৰ এই নিৰ্দেশনা।

 
আৰু চাওক পৰৱৰ্তী বাতৰি