
কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ এই নিৰ্দেশনা
কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ এই নিৰ্দেশনা
উৎকট গৰমৰ বাবে মহানগৰ প্ৰশাসনে ২৭ আৰু ২৮ আগষ্টত মহানগৰৰ সকলো বিদ্যালয় বন্ধ থাকিব বুলি ঘোষণা কৰিছিল। কিন্তু বতৰৰ পৰিবৰ্তনৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত সলনি কৰিছে মহানগৰ প্ৰশাসনে।কাইলৈ আৰু পৰহিলৈ খোলা থাকিব স্কুল।চৰকাৰী বিদ্যালয় সমূহৰ লগতে গুৱাহাটীৰ বেচৰকাৰী বিদ্যালয়সমূহৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব প্ৰশাসনৰ এই নিৰ্দেশনা।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|