உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • Petrol-Diesel Price in Guwahati: আকৌ পেট্ৰ'ল- ডিজেলৰ দামত পৰিৱৰ্তন! কোন কেইখন জিলাত হ'ল সস্তা? জানি লওক

    Petrol-Diesel Price in Guwahati: আকৌ পেট্ৰ'ল- ডিজেলৰ দামত পৰিৱৰ্তন! কোন কেইখন জিলাত হ'ল সস্তা? জানি লওক

    জানি লওক আপোনাৰ চহৰত পেট্ৰ'ল-ডিজেলৰ আজিৰ দিনটোৰ মূল্যঃ

    জানি লওক আপোনাৰ চহৰত পেট্ৰ'ল-ডিজেলৰ আজিৰ দিনটোৰ মূল্যঃ

    জানি লওক আপোনাৰ চহৰত পেট্ৰ'ল-ডিজেলৰ আজিৰ দিনটোৰ মূল্যঃ

    • Share this:
    দেওবাৰৰ দিনটোত গুৱাহাটী মহানগৰীত সামান্য হ্ৰাস পালে পেট্ৰ'ল-ডিজেলৰ দাম। দেওবাৰে গুৱাহাটী মহানগৰীত প্ৰতি লিটাৰ পেট্ৰ'লৰ দামত ৯ পইচা হ্ৰাস পাইছে। সেইদৰে ডিজেলৰ দামত ৫৫ পইচা হ্ৰাস পাইছে।

    আজিৰ দিনটোত গুৱাহাটী মহানগৰীত প্ৰতিলিটাৰ পেট্ৰ'লৰ দাম ৯৪.৫৫ টকা। সেইদৰে ডিজেলৰ দাম প্ৰতি লিটাৰত ৮১.৩৪ টকা। গুৱাহাটী মহানগৰীত পেট্ৰল-ডিজেলৰ দাম কিছু হ্ৰাস পাইছ যদিও ৰাজ্যৰ বহুকেইখন জিলাত কিন্তু বাঢ়িছে দাম।

    জানি লওক আপোনাৰ চহৰত পেট্ৰ'ল-ডিজেলৰ আজিৰ দিনটোৰ মূল্যঃ

    যোৰহাটঃ ৩০ পইচা বৃদ্ধি পাই প্ৰতি লিটাৰ পেট্ৰলত আজিৰ দিনটোত মূল্য ৯৫.২০ টকা। সেইদৰে ২২ পইচা বৃদ্ধি পাই প্ৰতি লিটাৰ ডিজেলৰ মূল্য ৮১.৭৫ টকা।


    লখিমপুৰঃ ৩০ পইচা বৃদ্ধি পাই প্ৰতি লিটাৰ পেট্ৰলত আজিৰ দিনটোত মূল্য ৯৭.১১ টকা। সেইদৰে ২২ পইচা বৃদ্ধি পাই প্ৰতি লিটাৰ ডিজেলৰ মূল্য ৮৩.২০ টকা।

    তিনিচুকীয়াঃ ২ পইচা হ্ৰাস পাই প্ৰতি লিটাৰ পেট্ৰলত আজিৰ দিনটোত মূল্য ৯৪.৮৫ টকা। সেইদৰে ১ পইচা হ্ৰাস পাই প্ৰতি লিটাৰ ডিজেলৰ মূল্য ৮১.৫০ টকা।

    ডিব্ৰুগড়ঃ ৪৫ পইচা বৃদ্ধি পাই প্ৰতি লিটাৰ পেট্ৰলত আজিৰ দিনটোত মূল্য ৯৫.২১ টকা। সেইদৰে ৩৫ পইচা বৃদ্ধি পাই প্ৰতি লিটাৰ ডিজেলৰ মূল্য ৮১.৭৭ টকা।
    Published by:Himangshu Bhuyan
    First published: