ব্যক্তিগতকৰণৰ দিশে গোপীনাথ বৰদলৈ বৰঝাৰ বিমানবন্দৰ!

ইতিমধ্যে ব্যক্তিগতকৰণ কৰা হ’ল দেশৰ ৬ টা বিমানবন্দৰ!

News18-Assam
Updated:November 6, 2019, 7:18 PM IST
ব্যক্তিগতকৰণৰ দিশে গোপীনাথ বৰদলৈ বৰঝাৰ বিমানবন্দৰ!
source-Google
News18-Assam
Updated: November 6, 2019, 7:18 PM IST
Airport authority of India’ এতিয়া Adani airport of India লৈ পৰিণত হোৱাৰ দিশে।এইবাৰ ব্যক্তিগতকৰণৰ দিশে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ! দেশৰ বিভিন্ন সংবাদমাধ্যত প্ৰকাশ পোৱা তথ্য অনুসৰি ইতিমধ্যে দেশৰ ৬ টা বিমানবন্দৰ আদানী গ্ৰুপক গতাইছে কেন্দ্ৰীয় চৰকাৰে।

 
আৰু চাওক পৰৱৰ্তী বাতৰি