‘Gully Boy’ অস্কাৰৰ কাৰণে ভাৰতৰ অফিচিয়েল এন্ট্ৰী

জয়াৰ ভাতৃ ফাৰহান আখতাৰে আনুষ্ঠানিকভাৱে জনায় এই কথা।

News18
Updated:September 22, 2019, 6:53 AM IST
‘Gully Boy’ অস্কাৰৰ কাৰণে ভাৰতৰ অফিচিয়েল এন্ট্ৰী
জয়াৰ ভাতৃ ফাৰহান আখতাৰে আনুষ্ঠানিকভাৱে জনায় এই কথা।
News18
Updated: September 22, 2019, 6:53 AM IST
জয়া আখতাৰৰ ‘গাল্লী বয়’ এইবছৰ অস্কাৰৰ কাৰণে ভাৰতৰ অফিচিয়েল এন্ট্ৰীৰূপে বিবেচিত হৈছে। জয়াৰ ভাতৃ ছবি নিৰ্মাতা ফাৰহান আখতাৰে ছচিয়েল মিডিয়াত এই কথাৰ ঘোষণা কৰে। ছবিখনত মূল ভূমিকাত অভিনয় কৰিছে ৰণবীৰ সিং আৰু আলিয়া ভাটে। বিশেষ ভূমিকাত অভিনয় কৰিছে কালকী কয়েচলিন আৰু সিদ্ধান্ত চতুৰ্বেদীয়ে। এজন ৰেপাৰৰ সপোন আৰু প্ৰত্যাশাক লৈ নিৰ্মিত ছবি ‘গাল্লী বয়’। ছবিখনৰ প্ৰয়োজনা যুটীয়াভাৱে ফাৰহান আখতাৰ আৰু ৰিতেশ সিধৱানীৰ।

আৰু চাওক পৰৱৰ্তী বাতৰি