বিয়াৰ মণ্ডপত পুৰোহিতৰ মন্ত্ৰ উচ্চাৰণৰ মাজেৰে চলি আছিল বিবাহ কাৰ্য। আশে-পাশে বহু সম্বন্ধীয় লোক আছিল। কিন্তু সেই সময়তে হয় 'কাহিনী ম্যে টুইষ্ট'!
বিয়া ঘৰ মানেই হাঁহি ফুৰ্তি আনন্দৰ এটা দিন। কিন্তু বিয়াৰ ঘৰত কেতিয়াবা আচৰিত ধৰণৰ ঘটনা ঘটাও দেখা যায়। বৰ্তমান ছচিয়েল মিডিয়াত এনেধৰণৰ বহু ঘটনাই ভাইৰেল হোৱা দেখা যায়।