• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Viral Video|| ফুলসজ্জা নহয়, বিয়াৰ মণ্ডপতে কইনাক সাৱটি ধৰি চুম্বন কৰিলে দৰাই! ছচিয়েল মিডিয়াত ভাইৰেল

Viral Video|| ফুলসজ্জা নহয়, বিয়াৰ মণ্ডপতে কইনাক সাৱটি ধৰি চুম্বন কৰিলে দৰাই! ছচিয়েল মিডিয়াত ভাইৰেল

Super Viral: বিয়াৰ মণ্ডপতে, অন্যান্য লোকৰ সমুখতে হঠাত দৰাই চুম্বন কৰিলে কইনাক। লাজত ৰঙা পৰি গ'ল কইনা!

  • Share this:
বিয়াৰ মণ্ডপত পুৰোহিতৰ মন্ত্ৰ উচ্চাৰণৰ মাজেৰে চলি আছিল বিবাহ কাৰ্য। আশে-পাশে বহু সম্বন্ধীয় লোক আছিল। কিন্তু সেই সময়তে হয় 'কাহিনী ম্যে টুইষ্ট'!

বিয়া ঘৰ মানেই হাঁহি ফুৰ্তি আনন্দৰ এটা দিন। কিন্তু বিয়াৰ ঘৰত কেতিয়াবা আচৰিত ধৰণৰ ঘটনা ঘটাও দেখা যায়। বৰ্তমান ছচিয়েল মিডিয়াত এনেধৰণৰ বহু ঘটনাই ভাইৰেল হোৱা দেখা যায়।

ভিডিওটোত দেখা গৈছে যে, বিয়াৰ মণ্ডপত বিবাহ অনুষ্ঠান চলি থকাৰ মাজতে কইনাক হঠাত সাৱটি ধৰি চুম্বন কৰিলে দৰাই। দৰাৰ আচৰণ দেখি লাজে আৱৰি ধৰে কইনাক। অস্বস্তিত পৰে কাষতে থকা আত্মীয় স্বজন।

এই দৃশ্য একাংশই বন্দী কৰে ছচিয়েল মিডিয়াত। পিছত ছচিয়েল মিডিয়াত ভাইৰেল হৈ যায়।
Published by:Himangshu Bhuyan
First published: