Xiaomi-Samsung-Oppo ৰ এই ১০ টা ফোন ক্ৰয় কৰিলেই বিপদ,হেকাৰে কণ্ট্ৰল কৰিব স্মাৰ্টফোন

Google researchers এ ১০ টা এণ্ড্ৰইড স্মাৰ্টফোনত পাইছে আঁসোৱাহ

News18-Assam
Updated:October 7, 2019, 2:30 PM IST
Xiaomi-Samsung-Oppo ৰ এই ১০ টা ফোন ক্ৰয় কৰিলেই বিপদ,হেকাৰে কণ্ট্ৰল কৰিব স্মাৰ্টফোন
Google researchers এ ১০ টা এণ্ড্ৰইড স্মাৰ্টফোনত পাইছে আঁসোৱাহ
News18-Assam
Updated: October 7, 2019, 2:30 PM IST
Google researchers এ ১০ টা এণ্ড্ৰইড স্মাৰ্টফোনত পাইছে আঁসোৱাহ। এই ১০ টা স্মাৰ্টফোন Xiaomi, Samsung, Oppo ৰ বুলি জানিব পৰা গৈছে।  এণ্ড্ৰইড স্মাৰ্টফোনৰ এই নতুন বিপদটোৰ নাম দিয়া হৈছে, Zero-day। ZDNet ৰ ৰিপৰ্টৰ ভিত্তিত এণ্ড্ৰইড ফোনৰ Kernel Codeত পোৱা গৈছে বিভিন্ন আঁসোৱাহ। কোৱা হৈছে যে,  এই আঁসোৱাহ থকাৰ বাবে হেকাৰে এণ্ড্ৰইড ফোন সম্পূৰ্ণ ৰূপে কণ্ট্ৰল কৰিব পাৰিব।

কাৰ্ণেল ক’ড কি?

কাৰ্ণেল ক’ড এনে এটা ক’ড যি, মেমৰীৰ চেফ এৰিয়াত লোড কৰা থাকে, যাতে কোনো বেলেগ প্ৰগ্ৰেম বা অপাৰেটিং চিষ্টেমক বেলেগ পাৰ্টৰ সৈতে সলনি কৰিব নোৱাৰে। প্ৰত্যেকটো অপাৰেটিং চিষ্টেমতে থাকে কাৰ্ণেল ক‘ড। কাৰ্ণেল ক’ডে চিষ্টেম হাৰ্ডৱেৰক চফ্টৱেৰ এপ্লিকেশ্বনৰ সৈতে কানেক্ট কৰে।

আঁসোৱাহ পূৰ্ণ স্মাৰ্ট ফোন

Xiaomi Redmi 5A
Xiaomi Redmi নোট 5
Xiaomi A1

Oppo A3
Moto Z3
Samsung Galaxy S7
Samsung Galaxy S8
Samsung Galaxy S9
আৰু চাওক পৰৱৰ্তী বাতৰি