বজাৰত জুই! গুৱাহাটী বজাৰৰ সৈতে পাইকাৰী বজাৰৰ মূল্যত তফাৎ,ক’ত কিমান দাম জানো আহক...

News18-Assam
Updated:November 16, 2019, 3:44 PM IST
বজাৰত জুই! গুৱাহাটী বজাৰৰ সৈতে পাইকাৰী বজাৰৰ মূল্যত তফাৎ,ক’ত কিমান দাম জানো আহক...
অসাৰ প্ৰতিপন্ন যোগান মন্ত্ৰীৰ কঠোৰ নিৰ্দেশ

অসাৰ প্ৰতিপন্ন যোগান মন্ত্ৰীৰ কঠোৰ নিৰ্দেশ

  • Share this:
অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে  সৰ্বসাধাৰণক। গুৱাহাটী বজাৰৰ সৈতে পাইকাৰী বজাৰৰ মূল্যত তফাৎ। প্ৰতি কেজি পিঁয়াজৰ সৰ্বোচ্চ মূল্য ৬৬টকা নিৰ্ধাৰণ কৰি দিছিল চৰকাৰে কিন্তু এতিয়াও ঠায়ে ঠায়ে প্ৰতি কিলো পিঁয়াজ ৮০টকাত বিক্ৰী হৈ আছে।

ক’ত কিমান দাম জানো আহক

আৰু চাওক
পৰৱৰ্তী বাতৰি