• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • PM Kisan: কৃষকসকলৰ বাবে ভাল খবৰ ! পিএম কিষাণৰ দশম কিস্তিৰ টকা সোনকালে বেংক একাউণ্টলৈ আহিব...

PM Kisan: কৃষকসকলৰ বাবে ভাল খবৰ ! পিএম কিষাণৰ দশম কিস্তিৰ টকা সোনকালে বেংক একাউণ্টলৈ আহিব...

কৃষকসকলৰ (Farmers) বাবে ভাল খবৰ আহি আছে। যদি আপুনি প্ৰধানমন্ত্ৰী কিষাণ (PM Kisan Samman Nidhi Yojana) আঁচনিৰ হিতাধিকাৰী হয়, তেন্তে সোনকালেই ভাল খবৰ পাব পাৰে৷ চৰকাৰে প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ (PM Kisan) অধীনত দশম কিস্তি (PM Kisan 10th installment) মুকলি কৰাৰ তাৰিখ নিৰ্ধাৰণ কৰিছে৷

  • Share this:
কৃষকসকলৰ (Farmers) বাবে ভাল খবৰ আহি আছে। যদি আপুনি প্ৰধানমন্ত্ৰী কিষাণ (PM Kisan Samman Nidhi Yojana) আঁচনিৰ হিতাধিকাৰী হয়, তেন্তে আপুনি সোনকালেই ভাল খবৰ পাব পাৰে৷ সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, চৰকাৰে প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ (PM Kisan) অধীনত দশম কিস্তি (PM Kisan 10th installment) মুকলি কৰাৰ তাৰিখ নিৰ্ধাৰণ কৰিছে৷ কিস্তি স্থানান্তৰৰ বাবে সকলো প্ৰয়োজনীয় ব্যৱস্থা কৰা হৈছে।

এতিয়ালৈকে, কেন্দ্ৰই ভাৰতৰ ১১.৩৭ কোটি কৃষকলৈ ১.৫৮ লাখ কোটি টকা স্থানান্তৰ কৰিছে। কেন্দ্ৰীয় চৰকাৰে ১৫ ডিচেম্বৰ, ২০২১-ৰ ভিতৰত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ (PM KISAN scheme) দশম কিস্তি মুকলি কৰাৰ পৰিকল্পনা কৰিছে। চৰকাৰে যোৱা বছৰ ২৫ ডিচেম্বৰ, ২০২০ তাৰিখে কৃষকসকললৈ ধন স্থানান্তৰ কৰিছিল।

৩০ ছেপ্টেম্বৰৰ আগতে পঞ্জীয়ন কৰক
যদি আপুনি পিএম কিষাণৰ অন্তিম কিস্তি প্ৰাপ্ত কৰা নাই, আপুনি পৰৱৰ্তী কিস্তিৰ সৈতে পূৰ্বৱৰ্তী পৰিমাণটো পাব। অৰ্থাৎ কৃষকসকলক তেওঁলোকৰ একাউণ্টত পোনপটীয়াকৈ ৪ হাজাৰ টকা। পঞ্জীয়নৰ অন্তিম তাৰিখ হৈছে ৩০ ছেপ্টেম্বৰ। আপুনি কেৱল প্ৰধানমন্ত্ৰী কিষাণৰ অফিচিয়েল ৱেবছাইটলৈ যাব লাগিব আৰু আবেদন কৰিব লাগিব।
Published by:Kokil Sarma
First published: