কেন্দ্ৰীয় বাজেটত চাকৰিয়ালৰ কাৰণে বৃহৎ সকাহ, আয়কৰ শ্লেবৰ বৃহৎ পৰিৱৰ্তন, চাওক

News18 Assam | News18-Assam
Updated:February 1, 2020, 1:40 PM IST
কেন্দ্ৰীয় বাজেটত চাকৰিয়ালৰ কাৰণে বৃহৎ সকাহ, আয়কৰ শ্লেবৰ বৃহৎ পৰিৱৰ্তন, চাওক

  • Share this:
আয়কৰ দাতালৈ ডাঙৰ সকাহ কেন্দ্ৰীয় বাজেটত। নতুন শ্লেব অনুসৰি বছৰি ৫লাখ টকা পৰ্যন্ত উপাৰ্জনত দিব নালাগে এক শতাংশও আয়কৰ। পূৰ্বে ৫ লাখ টকা উপাৰ্জনৰ লোকসকলে ৫শতাংশ কৰ দিব লাগিছিল। ইয়াৰ লগতে ৫ৰ পৰা ৭.৫ লাখলৈ ১০ শতাংশ কৰ ধাৰ্য। পূৰ্বে এই হাৰ আছিল ২০ শতাংশ। ৭.৫ লাখৰ পৰা ১০ লাখলৈ ১৫ শতাংশ কৰ ধাৰ্য। ১০ লাখৰ পৰা ১২.৫ লাখলৈ ২০ শতাংশ। ১২.৫ৰ পৰা ১৫ লাখলৈ ২৫ শতাংশ। ১৫ লাখতকৈ অধিক আয়ত দিব লাগিব ৩০ শতাংশ কৰ।
আৰু চাওক
পৰৱৰ্তী বাতৰি