মুখ্যপৃষ্ঠা »খবৰ »জীৱন শৈলী »আগতীয়া দেৱালী! চৰকাৰী কৰ্মচাৰীলৈ সুখবৰ, পেঞ্চনাৰ সকলৰ বাবেও বিশেষ উপহাৰ

আগতীয়া দেৱালী! চৰকাৰী কৰ্মচাৰীলৈ সুখবৰ, পেঞ্চনাৰ সকলৰ বাবেও বিশেষ উপহাৰ

চৰকাৰী কৰ্মচাৰীলৈ সুখবৰ!

চৰকাৰী কৰ্মচাৰীলৈ সুখবৰ!

চৰকাৰী কৰ্মচাৰীলৈ সুখবৰ!

  • Share this:
    আগত উৎসৱৰ বতৰ! দেৱালী উপলক্ষ্যে চৰকাৰী কৰ্মচাৰীলৈ সুখবৰ কঢ়িয়াই আনিছে সপ্তম দৰমহা আয়োগে।বৃহস্পতিবাৰে মহাৰাষ্ট্ৰ  চৰকাৰে সপ্তম দৰমহা আয়োগক অনুমোদন জনায়। এতিয়া অহা ১ চেপ্তম্বৰৰ পৰা বিশেষ লাভ পাব ৰাজ্যখনৰ চৰকাৰী কৰ্মচাৰীসকলে। সেইদৰে চৰকাৰে এতিয়া  ৰাজ্যখনৰ ২৬ খন পৌৰসভা আৰু ৩৬২ খন পৌৰসভা কাউঞ্চীল আৰু নগৰ পালিকাৰ কৰ্মচাৰী আৰু পেঞ্চনাৰ সকলৰ বাবে ৪০৯ কোটি টকা ধাৰ্য কৰিছে।

    দেৱালীৰ পূৰ্বে মহাৰাষ্ট্ৰ চৰকাৰে ৰাজ্যখনৰ কৰ্মচাৰীক দিছে এই সমূহ বিশেষ উপহাৰ। ৰাজ্যখনৰ পৌৰসভাৰ কৰ্মচাৰী, নগৰ পালিকাৰ কৰ্মচাৰীসকলক দিছে উপহাৰ। লগতে বৃহস্পতিবাৰে ৰাজ্য চৰকাৰে সপ্তম দৰমহা আয়োগক অনুমোদন জনায়। এতিয়া অহা ১ চেপ্তম্বৰৰ পৰা বিশেষ লাভ পাব ৰাজ্যখনৰ চৰকাৰী কৰ্মচাৰীসকলে।

    শেহতীয়া বাতৰি