ভাল খবৰ! হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য

ক্ৰমাগত দ্বিতীয় দিনৰ বাবে  হ্ৰাস পাইছে সোণৰ মূল্য

News18-Assam
Updated:September 18, 2019, 10:16 PM IST
ভাল খবৰ! হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য
ক্ৰমাগত দ্বিতীয় দিনৰ বাবে  হ্ৰাস পাইছে সোণৰ মূল্য
News18-Assam
Updated: September 18, 2019, 10:16 PM IST
হ্ৰাস পাইছে সোণৰ মূল্য। ক্ৰমাগত দ্বিতীয় দিনৰ বাবে  হ্ৰাস পাইছে সোণৰ মূল্য। দিল্লীত বুধবাৰে ১০ গ্ৰাম সোণৰ মূল্যত ২১৫ টকা হ্ৰাস পাই ৩৮,৬৭৬ টকা হৈছেগৈ। সেইদৰে ৰূপৰ মূল্যও বুধবাৰে ৭৭০ টকা হ্ৰাস পায়। ৰূপৰ মূল্য হ্ৰাস পোৱাৰ লগে লগে ৰাষ্ট্ৰীয় ৰাজধানীত এক কিলো ৰূপৰ দাম ৪৭,৬৯০ টকা হৈছে।

ভাৰতৰ টকাৰ মূল্য হ্ৰাস আৰু আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য হ্ৰাস পোৱাৰ ফলতেই ঘৰুৱা বজাৰত এনেদৰে সোণ আৰু ৰূপৰ মূল্য হ্ৰাস পাইছে বুলি অনুমান কৰা হৈছে।
আৰু চাওক পৰৱৰ্তী বাতৰি