• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Gold-Silver Price Today : দীপাৱলী–ধনতেৰছৰ পূৰ্বে হ্ৰাস পাইছে সোণৰ দাম, আজি কিমান দাম সোণ–ৰূপৰ?

Gold-Silver Price Today : দীপাৱলী–ধনতেৰছৰ পূৰ্বে হ্ৰাস পাইছে সোণৰ দাম, আজি কিমান দাম সোণ–ৰূপৰ?

বুধবাৰে বজাৰত ২৪ কেৰেট শুদ্ধতাৰ সোণৰ দাম ৯.০৫ বজাৰ পৰা ৪০ টকা হ্ৰাস পাই ৫০,৩৭৪ টকা প্ৰতি ১০ গ্ৰামত হৈছে।

বুধবাৰে বজাৰত ২৪ কেৰেট শুদ্ধতাৰ সোণৰ দাম ৯.০৫ বজাৰ পৰা ৪০ টকা হ্ৰাস পাই ৫০,৩৭৪ টকা প্ৰতি ১০ গ্ৰামত হৈছে।

বুধবাৰে বজাৰত ২৪ কেৰেট শুদ্ধতাৰ সোণৰ দাম ৯.০৫ বজাৰ পৰা ৪০ টকা হ্ৰাস পাই ৫০,৩৭৪ টকা প্ৰতি ১০ গ্ৰামত হৈছে।

  • Share this:
আন্তঃৰাষ্ট্ৰীয় বজাৰ আৰু ভাৰতীয় বজাৰত আজি (১৯ অক্টোবৰ) সোণ আৰু ৰূৰপৰ দামৰ সালসলনি ঘটিছে। আন্তঃৰাষ্ট্ৰীয় বজাৰত সোণৰ দাম দাম আজি হ্ৰাস পোৱাৰ বিপৰীতে ৰূপৰ দাম কিছু বৃদ্ধি পাইছে। ভাৰতীয় বজাৰতো দেখা গৈছে একেই ট্ৰেণ্ড। মাল্টি কমডিটী এক্সচেঞ্জ (MCX)ত সোণৰ দৰ আজি আৰম্ভণি ব্যৱসায়ত ০.০৮ শতাংশ হ্ৰাস পাইছে। আনহাতে, ৰূপৰ দৰ আজি এমচিএক্সত ০.০৫ শতাংশ বৃদ্ধি পাইছে।

বুধবাৰে বজাৰত ২৪ কেৰেট শুদ্ধতাৰ সোণৰ দাম ৯.০৫ বজাৰ পৰা ৪০ টকা হ্ৰাস পাই ৫০,৩৭৪ টকা প্ৰতি ১০ গ্ৰামত হৈছে। সোণৰ দাম আজি ৫০,৩৯৭ টকাত খুলিছিল। এবাৰ এয়া ৫০,৩১৭লৈ উঠিছিল। পিছত সামান্য বৃদ্ধিৰে প্ৰতি ১০ গ্ৰামত ৫০,৩৭৪ টকা হয়।

মাল্টি কমডিটী এক্সচেঞ্জত আজি ৰূপৰ দাম কিছু বৃদ্ধি পোৱা দেখা গৈছে। ৰূপৰ দৰ আজি ২৬ টকা বৃদ্ধি হৈ ৫৬,৩৮০ টকা প্ৰতি কিলোগ্ৰাম হৈছে। আন্তঃৰাষ্ট্ৰীয় বজাৰত ৰূপৰ দাম আজি ০.৩৪ শতাংশ বৃদ্ধি হৈ ১৮.৭২ ডলাৰ প্ৰতি আউন্স হৈছে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি