বিয়াৰ কথা ভাবিছে নেকি? ৰ’ব, বৃদ্ধি পাইছে সোণৰ দাম

গুৱাহাটীত সোমবাৰে প্ৰতি ১০ গ্ৰাম সোণৰ দাম হৈছেগৈ ৩৮,৭১০ টকা

News18-Assam
Updated:November 4, 2019, 5:51 PM IST
বিয়াৰ কথা ভাবিছে নেকি? ৰ’ব, বৃদ্ধি পাইছে সোণৰ দাম
গুৱাহাটীত সোমবাৰে প্ৰতি ১০ গ্ৰাম সোণৰ দাম হৈছেগৈ ৩৮,৭১০ টকা
News18-Assam
Updated: November 4, 2019, 5:51 PM IST
সপ্তাহৰ প্ৰথম দিনটোতে সোণ আৰু ৰূপৰ মূল্য বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। সোমবাৰে দিল্লীত ১০ গ্ৰাম সোণৰ মূল্যত ৭৮ টকা বৃদ্ধি পাইছে। সোণৰ লগতে বৃ্দ্ধি পাইছে ৰূপৰো মূল্য। প্ৰতি কেজি ৰূপৰ মূল্যত ২৪৫ টকা বৃদ্ধি পাইছে। বিশেষজ্ঞসকলৰ মতে, বিবাহ–উৎসৱৰ বতৰ আৰম্ভ হোৱাৰ বাবেই সোণৰ দাম বৃদ্ধি কৰা হৈছে। সোমবাৰে গুৱাহাটী মহানগৰতো বৃদ্ধি পাইছে সোণ–ৰূপৰ দাম।
আৰু চাওক পৰৱৰ্তী বাতৰি