বিয়াৰ উপযুক্ত বয়স হৈছে যদি আজিয়েই অৰ্ডাৰ দিয়ক! হুৰাহুৰে কমিছে সোণ–ৰূপৰ মূল্য

আন্তঃৰাষ্ট্ৰীয় বজাৰত সোণ ৰূপৰ মূল্য হ্ৰাস পোৱাৰ বাবেই ভাৰতবৰ্ষতো পৰিছে ইয়াৰ প্ৰভাৱ

News18-Assam
Updated:November 6, 2019, 7:51 PM IST
বিয়াৰ উপযুক্ত বয়স হৈছে যদি আজিয়েই অৰ্ডাৰ দিয়ক! হুৰাহুৰে কমিছে সোণ–ৰূপৰ মূল্য
আন্তঃৰাষ্ট্ৰীয় বজাৰত সোণ ৰূপৰ মূল্য হ্ৰাস পোৱাৰ বাবেই ভাৰতবৰ্ষতো পৰিছে ইয়াৰ প্ৰভাৱ
News18-Assam
Updated: November 6, 2019, 7:51 PM IST
ক্ৰমাগত দ্বিতীয়দিনৰ বাবে হ্ৰাস পাইছে সোণ–ৰূপৰ মূল্য। আন্তঃৰাষ্ট্ৰীয় বজাৰত সোণ ৰূপৰ মূল্য হ্ৰাস পোৱাৰ বাবেই ভাৰতবৰ্ষতো পৰিছে ইয়াৰ প্ৰভাৱ। ফলত হ্ৰাস পাইছে সোণ ৰূপৰ মূল্য। বুধবাৰে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত ১০ গ্ৰাম সোণত হ্ৰাস পাইছে ৩০১ টকা পৰ্যন্ত হ্ৰাস পাইছে। সেইদৰে ৰূপৰ মূল্যও হ্ৰাস পোৱা দেখিবলৈ পোৱা গৈছে। প্ৰতি কিলোগ্ৰাম ৰূপৰ মূল্যত হ্ৰাস পাইছে প্ৰায় ৯০৬ টকা। মঙলবাৰে প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য আছিল ৩৯,১৭১ টকা। কিন্তু বুধবাৰে হ্ৰাস পাই হয়গৈ ৩৮,৮৭০ টকা।


গুৱাহাটী মহানগৰতো হ্ৰাস পাইছে সোণৰ। বুধবাৰে গুৱাহাটী মহানগৰত প্ৰতি ১০ গ্ৰাম সোণৰ দাম হৈছে ৩৯,৬৫০ টকা। আগতে যাৰ মূল্য় আছিল প্ৰায় ৩৯,৮০০ টকা।


আৰু চাওক পৰৱৰ্তী বাতৰি