
সোণৰ দাম দেশৰ মুখ্য চহৰত কিমান? (প্ৰতি ১০ গ্ৰামৰ হিচাপত)
সোণৰ দাম দেশৰ মুখ্য চহৰত কিমান? (প্ৰতি ১০ গ্ৰামৰ হিচাপত)
সোণ আৰু ৰূপৰ দাম আজি হ্ৰাস পোৱা দেখিবলৈ পোৱা গ’ল। মাল্টী কোমোডিটী এক্সচেঞ্জত ১৪ জানুৱাৰী ২০২১ত দাম হ্ৰাস পোৱা দেখিবলৈ পোৱা গ’ল। ফেব্ৰুৱাৰীত সোণত ফিচাৰ ট্ৰেড ৪৩৫.০০ টকা হ্ৰাস পাই ৪৮,৮৭০.০০ টকাত ট্ৰেড কৰি থকা হৈছিল। ইয়াৰ বিপৰীতে ৰূপৰ ফিচাৰ ট্ৰেড ৭৬৬.০০ টকা হ্ৰাস পোৱাৰ পিছত ৬৫,২৫৫.০০ টকাত ব্যৱসায় কৰি থকা হৈছিল।
সোণৰ দাম দেশৰ মুখ্য চহৰত কিমান? (প্ৰতি ১০ গ্ৰামৰ হিচাপত)
দিল্লী- ৫২,৭৫০ টকা।
মুম্বাই- ৪৯,৪৫০ টকা।
কোলকাতা- ৫১,৬৯০ টকা।
চেন্নাই- ৫০,৮৮০ টকা ।
ৰূপৰ দাম(প্ৰতি কেজিত)
দিল্লী- ৬৬,০০০ টকা
মুম্বাই- ৬৬,০০০ টকা।
কোলকাতা- ৬৬,০০০ টকা।
চেন্নাই- ৭০,৩০০ টকা।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|