আজি আকৌ সস্তা হ'ল সোণ-ৰূপৰ দাম, ক্ৰয় কৰাৰ পূৰ্বে জানি লওক সোণৰ মূল্য

News18 Assam | News18-Assam
Updated:January 28, 2021, 3:17 PM IST
আজি আকৌ সস্তা হ'ল সোণ-ৰূপৰ দাম, ক্ৰয় কৰাৰ পূৰ্বে জানি লওক সোণৰ মূল্য
বৃহস্পতিবাৰে মাল্টী কমোডিটী এক্সচেঞ্জত সোণৰ দাম হ্ৰাস পোৱা দেখিবলৈ পোৱা গৈছিল।

বৃহস্পতিবাৰে মাল্টী কমোডিটী এক্সচেঞ্জত সোণৰ দাম হ্ৰাস পোৱা দেখিবলৈ পোৱা গৈছিল।

  • Share this:
বৃহস্পতিবাৰে মাল্টী কমোডিটী এক্সচেঞ্জত সোণৰ দাম হ্ৰাস পোৱা দেখিবলৈ পোৱা গৈছিল। আজি পুৱা ফেব্ৰুৱাৰীৰ ফিউচাৰ ট্ৰেণ্ড ১৭৩.০০ টকা হ্ৰাস পোৱাৰ পিছত ৪৮,৬৯২ টকাত ব্যৱসায় চলি আছিল। সেইদৰে ৰূপৰ দামতো হ্ৰাস পোৱা দেখিবলৈ পোৱা গৈছে। মাৰ্চ মাহত ৰূপৰ ফিউচাৰ ট্ৰেণ্ড ৬৬৬.০০ টকা হ্ৰাস পাই ৬৫,৮৭০ টকা হৈছিল।

ইণ্টাৰনেশ্যনল মাৰ্কেটত গোল্ড-চিলভাৰৰ দাম-

ইণ্টাৰনেশ্যনেল মাৰ্কেটতো আজিৰ দিনটোত সোণ-ৰূপৰ দাম হ্ৰাস পোৱা দেখিবলৈ গৈছে। আজি আমেৰিকাত সোণৰ ব্যৱসায়ত ২.৯০ ডলাৰ হ্ৰাস পাই ১,৮৩৭.১৭ ডলাৰ প্ৰতি আউন্স হৈছেগৈ। সেইদৰে ৰূপৰ ব্যৱসায়ত ০.০৪ ডলাৰ হ্ৰাস পাই ২৫.১১ ডলাৰ প্ৰতি আউন্স হৈছেগৈ।

আজিৰ দিনটোত গোল্ড-চিলভাৰ দাম-

২২ কেৰেট গোল্ড- ৪৭,৮৯০ টকা।
২৪ কেৰেট গোল্ড- ৫২,২৪০ টকা।
চিলভাৰ প্ৰাইচ- ৬৫,৯০০ টকা।
Published by: Himangshu Bhuyan
First published: January 28, 2021, 3:17 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি