உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • Gold Price Today- সোণ ক্ৰয়ৰ পৰিকল্পনা আছে নেকি? আজিৰ দিনটোত প্ৰতি ১০ গ্ৰাম সোণৰ মূল্যৰ দাম জানি লওক...

    Gold Price Today- সোণ ক্ৰয়ৰ পৰিকল্পনা আছে নেকি? আজিৰ দিনটোত প্ৰতি ১০ গ্ৰাম সোণৰ মূল্যৰ দাম জানি লওক...

    জানি লওক আজিৰ দিনটোত গুৱাহাটীত সোণৰ মূল্যঃ

    জানি লওক আজিৰ দিনটোত গুৱাহাটীত সোণৰ মূল্যঃ

    জানি লওক আজিৰ দিনটোত গুৱাহাটীত সোণৰ মূল্যঃ

    • Share this:
    সোণ আৰু ৰূপৰ মূল্যৰ উত্থান-পতন অব্যাহত আছে। যদি আপুনি আজিৰ দিনটোত সোণ (Gold Price Today) ক্ৰয় কৰাৰ পৰিকল্পনা কৰি আছে তেন্তে এই প্ৰতিবেদন আপোনাৰ বাবে জৰুৰী।

    দেশৰ ৰাজধানী চহৰ দিল্লীত আজিৰ দিনটোত সোণ আৰু ৰূপৰ মূল্য কিছু সাল-সলনি হৈছে। সোণৰ মূল্য বৃদ্ধি পাইছে। আজি, 22 কেৰেটৰ ১ গ্ৰাম সোণৰ মূল্য 4,602 টকা, আনহাতে কালি ইয়াৰ মূল্য আছিল 4,587 টকা। অৰ্থাৎ মূল্য ১৫ টকা বৃদ্ধি পাইছে। বেংক বজাৰৰ ৱেবছাইটৰ ফালৰ পৰা এই তথ্য লাভ কৰা হৈছে।



    22 কেৰেট সোণৰ মূল্য-

    ২৭ নৱেম্বৰত চাৰাফা বজাৰত ২২ কেৰেট সোণৰ মূল্য আছিল প্ৰতি ৮ গ্ৰামত ৩৬,৬৯৬।

    আনহাতে, আজি ৰূপৰ মূল্যেইয়ো সামান্য পৰিৱৰ্তন পঞ্জীয়ন কৰিছে। আজি এক গ্ৰাম ৰূপৰ মূল্য হৈছে 68 টকা, যি কালিৰ দিনটোত 67.8 টকা আছিল, এনেদৰে ৰূপৰ মূল্য মাত্ৰ 0.2 টকা সলনি হৈছে।

    গুৱাহাটীত সোণৰ মূল্যঃ

    আজিৰ দিনটোত গুৱাহাটী মহানগৰীত ১০ গ্ৰাম ২২ কেৰেট সোণৰ মূল্য ৪৬,৬১০ টকা। আনহাতে ২৪ কেৰেট সোণৰ ১০ গ্ৰামৰ মূল্য ৪৮,৯৪০ টকা।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Himangshu Bhuyan
    First published: