உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • Gold Price Today : আকৌ ঊৰ্ধ্বমুখী সোণৰ দাম, ৭ দিনত বৃদ্ধি পালে ২২০০ টকা, ৰূপৰ দামো বৃদ্ধি

    Gold Price Today : আকৌ ঊৰ্ধ্বমুখী সোণৰ দাম, ৭ দিনত বৃদ্ধি পালে ২২০০ টকা, ৰূপৰ দামো বৃদ্ধি

    ২০২০ চনত এমচিএক্সত সোণৰ দাম বৃদ্ধি পাইছিল। ২০২০ৰ আগষ্টত ১০ গ্ৰাম সোণৰ দাম ৫৬,২০০ টকা উচ্চস্তৰত উপনীত হৈছিল।

    • Share this:
    সোণৰ দাম (Gold Price Today) ধাৰাবাহিকভাৱে সপ্তম দিনৰ বাবে বৃদ্ধি পালে। বৰ্ধিত দামৰ ফলত সোণৰ দাম পুনৰ এবাৰ অভিলেখ স্তৰৰ দিশে গতি কৰিছে। আজি সোণ ৫০,০০০ টকা তোলা হৈছেগৈ। মাল্টি কমডিটী এক্সচেঞ্জত আজি সোণৰ দাম ০.৫৬ শতাংশ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। উল্লেখযোগ্য যে ৭ ফেব্ৰুৱাৰীত সোণৰ দাম ০.১৯ শতাংশ বৃদ্ধিৰে ৪৮,০১৪ টকা প্ৰতি ১০ গ্ৰামত হৈছিল।

    ২০২০ চনত এমচিএক্সত সোণৰ দাম বৃদ্ধি পাইছিল। ২০২০ৰ আগষ্টত ১০ গ্ৰাম সোণৰ দাম ৫৬,২০০ টকা উচ্চস্তৰত উপনীত হৈছিল।

    এপ্ৰিল ডেলিভাৰীৰ সোণৰ দাম ০.৫৬ শতাংশ বৃদ্ধিৰ সৈতে ৫০ হাজাৰ টকা হৈছেগৈ। আজি সোণৰ ৫০,১৯৬ টকা প্ৰতি ১০ গ্ৰামত ব্যৱসায় কৰি আছে। আনহাতে, আজি ৰূপৰ দাম ০.৪৬ শতাংশ বৃদ্ধিৰে ৬৪,৫২৯ টকা প্ৰতি কিলোগ্ৰামত ব্যৱসায় কৰি আছে।

    আপুনি ঘৰতে বহি জানিব পাৰে সোণ–ৰূপৰ দাম। ইয়াৰ বাবে আপুনি কেৱল 8955664433 নম্বৰত এটা মিছ কল দিব লাগে। আপোনাৰ ফোনত এটা মেছেজ আহিব, য’ত আপুনি সোণৰ শেহতীয়া দাম সম্পৰ্কে জানিব পাৰিব।
    Published by:Sanjay Kumar Das
    First published: