• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Gold Price Today: উৎসৱৰ বতৰত বাঢ়িল সোণৰ দাম! তথাপিও লাভ কৰিব ৯,৮৯৪ টকা সস্তাত! জানক ১০ গ্ৰামৰ দাম

Gold Price Today: উৎসৱৰ বতৰত বাঢ়িল সোণৰ দাম! তথাপিও লাভ কৰিব ৯,৮৯৪ টকা সস্তাত! জানক ১০ গ্ৰামৰ দাম

Gold Silver Price, 18 October 2021 : আজিৰ দিনটোত সোণৰ মূল্য আচৰিত ধৰণে বাঢ়ি গ'ল।

Gold Silver Price, 18 October 2021 : আজিৰ দিনটোত সোণৰ মূল্য আচৰিত ধৰণে বাঢ়ি গ'ল।

Gold Silver Price, 18 October 2021 : আজিৰ দিনটোত সোণৰ মূল্য আচৰিত ধৰণে বাঢ়ি গ'ল।

  • Share this:
উৎসৱৰ বতৰৰ মাজতে ভাৰতীয় বজাৰত আজি সোণৰ দাম বাঢ়ি যায়। ইয়াৰ পিছতো আপোনাৰ পচন্দৰ ধাতু নিজৰ ৰেকৰ্ড হাইতকৈ যথেষ্ট তলত আছে। ৰূপৰ দামো আজি বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে। বৰ্তমান প্ৰতি কেজি ৰূপৰ দাম হৈছেগৈ ৬২ হাজাৰ টকা।

পূৰ্বে দিল্লীৰ বজাৰত সোণৰ দাম প্ৰতি ১০ গ্ৰামত ৪৬,২৬৯ টকা আছিল। কিন্তু আজিৰ দিনটোত ৩৭ টকা বৃদ্ধি পালে।



উল্লেখ্য যে, ২০২০ৰ আগষ্টত সোণৰ দাম প্ৰতি ১০ গ্ৰামত ৫৬,২০০ টকা পৰ্যন্ত হৈছিলগৈ। এই দামৰ তুলনাত এতিয়াও ৯,৮৯৪ টকা সস্তাত লাভ কৰিব ১০ গ্ৰাম সোণ।

কিয় বাঢ়িল দামঃ

HDFC Securityৰ চিনিয়ৰ এনালিষ্ট তপন পেটেলে কৈছে যে, মজবুত ডলাৰ আৰু বিশ্বৰ বজাৰৰ সংকটৰ বাবে সোণৰ দাম বাঢ়িছে। সেইদৰে মূল্যবৃদ্ধিৰ প্ৰভাৱো পৰিছে সোণৰ ব্যৱসায়ত।
Published by:Himangshu Bhuyan
First published: