
ফেব্ৰুৱাৰী ডেলিভাৰীৰ সোণৰ দাম আজি ০.১৮ শতাংশ নিম্নগামী হৈ ৪৭,৭৮৫ টকা প্ৰতি ১০ গ্ৰাম স্তৰত আছে।
ফেব্ৰুৱাৰী ডেলিভাৰীৰ সোণৰ দাম আজি ০.১৮ শতাংশ নিম্নগামী হৈ ৪৭,৭৮৫ টকা প্ৰতি ১০ গ্ৰাম স্তৰত আছে।
বিয়াৰ বতৰত সোণৰ দাম (Gold Price Today) ধাৰাবাহিকভাৱে হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। মাল্টি কমডিটী এক্সচেঞ্জ (MCX)ত আজি সোণৰ াম ০.১৮ শতাংশ হ্ৰাস পোৱাৰ বিপৰীতে ৰূপৰ দাম ০.০৫ শতাংশ নিম্নগামী হোৱা দেখা গৈছে।
ফেব্ৰুৱাৰী ডেলিভাৰীৰ সোণৰ দাম আজি ০.১৮ শতাংশ নিম্নগামী হৈ ৪৭,৭৮৫ টকা প্ৰতি ১০ গ্ৰাম স্তৰত আছে। আনহাতে, আজিৰ ব্যৱসায়ত ৰূপ ০.০৫ শতাংশ নিম্নগামী হৈছে। আজি ১ কিলোগ্ৰাম ৰূপৰ দাম (Silver rate today) ৬১,২৭৮ টকা।
উল্লেখযোগ্য যে আপুনি সোণ–ৰূপৰ মূল ঘৰতে বহি জানিব পাৰে। ইয়াৰ বাবে আফুনি কেৱল 8955664433 দিব লাগিব। ইয়াৰ কিছু সময় পিছতে আপোনাৰ ম’বাইললৈ মেছেজ আহিব, য’ত আপুনি শেহতীয়া দাম সম্পৰ্কে জানিব পাৰিব।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|