মুখ্যপৃষ্ঠা »খবৰ »জীৱন শৈলী »Good News ! মাত্ৰ ১১ হাজাৰ ৩৪০ টকাত গোৱা ভ্ৰমণ, ১২ দিনৰ থকা খোৱা লোৱা ফ্ৰী !

Good News ! মাত্ৰ ১১ হাজাৰ ৩৪০ টকাত গোৱা ভ্ৰমণ, ১২ দিনৰ থকা খোৱা লোৱা ফ্ৰী !

ভাৰতীয় ৰেল কেটাৰিং আৰু পৰ্য্যটন নিগমৰ উদ্যোগত বিশেষ তীৰ্থযাত্ৰী ৰেল যাত্ৰা । আগৰতলাৰ পৰা গোৱালৈ যাবলগীয়া ৰেলখনৰ সৰ্বমুঠ যাত্ৰাৰ সময় ১২ দিন ৷ য'ত ১২ দিনৰ ভ্ৰমণ সামৰি ১১ অক্টোবৰত আগৰতলাত উপস্থিত হব তীৰ্থযাত্ৰী ৰেলখন ৷

  • Share this:
আপোনাৰ বাৰু গোৱালৈ যোৱাৰ মন আছে নেকি? যদি আছে, তেন্তে আপোনাৰ বাবে আহিছে এক বিশেষ সুবিধা ৷ ভাৰতীয় ৰেল কেটাৰিং আৰু পৰ্য্যটন নিগমৰ উদ্যোগত বিশেষ ৰেল তীৰ্থ যাত্ৰা সেৱা ৷ অহা ৩০ চেপ্তেম্বৰত আৰম্ভ হব এই যাত্ৰা ৷

আগৰতলাৰ পৰা গোৱালৈ যাবলগীয়া ৰেলখনৰ সৰ্বমুঠ যাত্ৰাৰ সময় ১২ দিন ৷ য'ত ১২ দিনৰ ভ্ৰমণ সামৰি ১১ অক্টোবৰত আগৰতলাত উপস্থিত হব তীৰ্থযাত্ৰী ৰেলখন ৷ উওৰ পূবৰ পৰা গোৱালৈ যোৱা এইখন হ'ব প্ৰথম তীৰ্থ যাত্ৰী ৰেল। ১২ দিনৰ বাবে যাত্ৰা কৰিবলগীয়া ৰেলখনত থাকিব যাত্ৰীৰ বাবে Ac যুক্ত চিট আৰু Sliper যুক্ত চিটৰ ব্যৱস্থা ৷ খাদ্য সামগ্ৰীকে ধৰি Sleeper ক্লাছৰ ভ্ৰমণ ব্যয় ১১ হাজাৰ ৩৪০ টকা বিপৰীতে AC ক্লাছৰ বাবে ১৮ হাজাৰ ৯০০ টকা । কভিডৰ পৰিপ্ৰেক্ষিতত ৰেল যাত্ৰী কঢ়িয়াব মুঠ ৭০০ গৰাকী ৷ যদি আপুনি এই সুবিধা গ্ৰহণ কৰিব বুলি ভাৱিছে তেন্তে নিশ্চয়কৈ আগতীয়াকৈ অনলাইনৰ অথবা অফলাইন দুই সেৱাৰ জড়িয়তে টিকট বুকিং ব্যৱস্থা ৰাখিছে ৰেলৱে কৰ্তৃপক্ষই । উল্লেখ্য যে এই ভ্ৰমণৰ সময়ত যাত্ৰীয়ে দৰ্শন কৰিব পৰিব দোনা পাওলা, কালানগুট, বাঘা বীচ্চ, মীৰামাৰ বীচ্চ, আৰু মাদগাওঁ মাৰ্কেট ইত্যাদি। গোৱাত ৩ ৰাতি ৪ দিন থকাৰ সুবিধা লাভ কৰিব ৷৷

শেহতীয়া বাতৰি