• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • এনাকোণ্ডাৰ দৰে বিশাল এনে অজগৰ দেখিছেনে! জেচিবি মাতি উঠাবলগীয়া হ’ল, চাওক VIDEO

এনাকোণ্ডাৰ দৰে বিশাল এনে অজগৰ দেখিছেনে! জেচিবি মাতি উঠাবলগীয়া হ’ল, চাওক VIDEO

Dhanbad Python Video: আমাজনৰ হাবিত থকাৰ দৰে বিশাল এনাকোণ্ডা সম এডাল অজগৰ ধানবাদত দেখা গ’ল। বন বিভাগৰ কৰ্মচাৰীয়ে ভবা নাছিল অজগৰডাল ইমান বিশাল হ’ব! FCI কেম্পাছত আশ্ৰয় লৈ থকা অজগৰডাল উঠাবলৈ জেচিবি মাতিবলগীয়া হ’ল।

  • Share this:
আপোনাৰ ঘৰৰ আশে–পাশে থকা বহু সাপ বা অজগৰো আপুনি হয়তো দেখিছে। পিছে এনাকোণ্ডাৰ দৰে বিশাল অজগৰ ভাৰতৰ যিকোনো হাবিত দেখা পাইছেনে? আমেৰিকাৰ আমাজনৰ হাবিত থকা এনাকোণ্ডাৰ দৰে বিশাল এনে এডাল অজগৰৰ ভিডিও অলপতে ভাইৰেল হয়। এই অজগৰডাল ইমানেই বিশাল আছিল যে ইয়াক ডাঙিবলৈ জেচিবি মাতিবলগীয়া হৈছিল।

ঝাৰখণ্ডৰ ধানবাদৰ সিন্দোৰীৰ এই দৃশ্য। এফচিআইৰ কেম্পাচত লুকাই থকা অজগৰডাল মানুহে কোনোপধ্যে লৰাবই নোৱাৰে। মানুহে জেচিবি আনিহে অজগৰডাল ডাঙিবলৈ সক্ষম হয়।

চাওক Video:

ইতিমধ্যে স্থানীয় বন বিভাগে অজগৰডাল নিৰাপদে ৰখাৰ ব্যৱস্থা কৰিছে।
First published: