নতুন চৰকাৰৰ বাবে প্ৰত্যাহ্বান হ’ব মূল্যবৃদ্ধি !

নতুন চৰকাৰৰ বাবে প্ৰথম প্ৰত্যাহ্বান হব মূল্যবৃদ্ধি ! পশ্চিম আৰু দক্ষিণ ভাৰতত আত্যাধিক পৰিমাণে খৰাং হোৱাৰ বাবে খাদ্য উৎপাদনত বৃদ্ধি পাব দাম ।মাৰ্চ মাহৰ পৰা ক্ৰমাত বৃদ্ধি পাইছে খাদ্য সামগ্ৰী, ৰন্ধন গেছ আৰু পে়ট্ৰ’ল–ডিজেলৰ মূল্য ।

news18assam
Updated:May 13, 2019, 7:04 PM IST
নতুন চৰকাৰৰ বাবে প্ৰত্যাহ্বান হ’ব মূল্যবৃদ্ধি !
নতুন চৰকাৰৰ বাবে প্ৰথম প্ৰত্যাহ্বান হব মূল্যবৃদ্ধি ! পশ্চিম আৰু দক্ষিণ ভাৰতত আত্যাধিক পৰিমাণে খৰাং হোৱাৰ বাবে খাদ্য উৎপাদনত বৃদ্ধি পাব দাম ।মাৰ্চ মাহৰ পৰা ক্ৰমাত বৃদ্ধি পাইছে খাদ্য সামগ্ৰী, ৰন্ধন গেছ আৰু পে়ট্ৰ’ল–ডিজেলৰ মূল্য ।
news18assam
Updated: May 13, 2019, 7:04 PM IST
মূল্যবৃদ্ধি হ’ব আহিবলগীয়া নতুন চৰকাৰৰ বাবে প্ৰথম প্ৰত্যাহ্বান । লোকসভা নিৰ্বাচনৰ পিছতে বৃদ্ধি পাব পাৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য ! মাৰ্চ মাহৰ পৰা ক্ৰমাত বৃদ্ধি পাইছে খাদ্য সামগ্ৰী, ৰন্ধন গেছ আৰু পে়ট্ৰ’ল–ডিজেলৰ মূল্য । দেশত এতিয়া মূল্য বৃদ্ধিৰ হাৰ এতিয়া ১.৩ শতাংশৰ পৰা বাঢ়ি ৩.৬ শতাংশ হৈছে । যদি এই পৰিস্থিতি দেশত বাহাল থাকে তেন্তে আহিবলগীয়া নতুন চৰকাৰৰ বাবে এক অন্যতম ডাঙৰ প্ৰত্যাহ্বান হ’ব
মূল্যবৃদ্ধি ।

খাদ্য সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বৰ্তমান চৰকাৰক সফল বুলিয়ে অভিহিত কৰিছে বহুতে । ২০১৬ ৰ মাৰ্চৰ পৰা ২০১৯ চনলৈকে উপভোক্তাৰ খাদ্যৰ মুদ্ৰাস্ফীটিৰ হাৰ , সাধাৰণ খুচুৰা মুদ্ৰাস্ফীটিৰ হাৰতকৈ কম । নিৰ্বাচনৰ পিছতেই দেশত বৃদ্ধি পাব খাদ্য বস্তুৰ দাম ।

নতুন চৰকাৰৰ বাবে প্ৰথম প্ৰত্যাহ্বান হব মূল্যবৃদ্ধি ! পশ্চিম আৰু দক্ষিণ ভাৰতত আত্যাধিক পৰিমাণে খৰাং হোৱাৰ বাবে খাদ্য উৎপাদনত বৃদ্ধি পাব দাম ।
আৰু চাওক পৰৱৰ্তী বাতৰি