ভয়াৱহ কৃত্ৰিম বানৰ কবলত মায়ানগৰী মুম্বাই

কৃত্ৰিম বানত এতিয়া স্থবিৰ মায়ানগৰীৰ স্বাভাৱিক জীৱন যাত্ৰা

News18-Assam
Updated:July 1, 2019, 10:05 AM IST
ভয়াৱহ কৃত্ৰিম বানৰ কবলত মায়ানগৰী মুম্বাই
কৃত্ৰিম বানত এতিয়া স্থবিৰ মায়ানগৰীৰ স্বাভাৱিক জীৱন যাত্ৰা
News18-Assam
Updated: July 1, 2019, 10:05 AM IST
মায়ানগৰী মুম্বাইত কৃত্ৰিম বান। বিগত দুটা দিন ধৰি নেৰানেপেৰাকৈ হোৱা বৰষুণৰ ফলত চহৰখনত সৃষ্টি হৈছে কৃত্ৰিম বান। মুম্বাইৰ কেইবাটাও অঞ্চল এতিয়া বুৰ গৈছে কৃত্ৰিমা বানত। ৰেল লাইনসমূহতো পানীৰে উপচি পৰাত ১০/১৫ মিনিট পলমলৈ চলাচল কৰিছে লোকেল ৰেলসমূহ। কৃত্ৰিম বানত স্থবিৰ মায়ানগৰীৰ স্বাভাৱিক জীৱন যাত্ৰা।
আৰু চাওক পৰৱৰ্তী বাতৰি