আজিৰ পৰা আধাতকৈও কম দামত ক্ৰয় কৰক আপোনাৰ প্ৰয়োজনীয় সামগ্ৰী!

Filpkart এ দিছে বিশেষ ৰেহাই, গ্ৰাহকে ইলেকেট্ৰনিকচ্, গেজেট, ফেশ্বন আৰু 'Home Appliances' দৰে প্ৰডাক্ট আধাকৈও কম দামত ক্ৰয় কৰিব পাৰিব।

News18-Assam
Updated:August 1, 2019, 6:31 PM IST
আজিৰ পৰা আধাতকৈও কম দামত ক্ৰয় কৰক আপোনাৰ প্ৰয়োজনীয় সামগ্ৰী!
Filpkart এ দিছে বিশেষ ৰেহাই, গ্ৰাহকে ইলেকেট্ৰনিকচ্, গেজেট, ফেশ্বন আৰু 'Home Appliances' দৰে প্ৰডাক্ট আধাকৈও কম দামত ক্ৰয় কৰিব পাৰিব।
News18-Assam
Updated: August 1, 2019, 6:31 PM IST


আজিৰ পৰা আৰম্ভ হৈছে Flipkart Flipstart Days ৰ অফাৰ। ১ ৰ পৰা ৩ আগষ্টলৈকে চলিব দেশৰ আগশাৰীৰৰ অনলাইন শ্বপিং চাইট Flipkart ৰ এই নতুন অফাৰ। এই সুবিধাৰ ফলত গ্ৰাহকে ইলেকেট্ৰনিক, গেজেট, ফেশ্বন আৰু 'Home Appliances' ৰ প্ৰডাক্ট আধাতকৈও কম দামত ক্ৰয় কৰিব পাৰিব।

কি প্ৰডাক্টত কেনেদৰে প্ৰযোজ্য হ’ব অফাৰ



ফেশ্বন প্ৰডাক্টত ৮০ শতাংশলৈকে লাভ কৰিব ডিচকাউণ্ট

Flipkart Flipstart Days ত ফেশ্বন প্ৰডাক্ট সমূহৰ ওপৰত ৪০ ৰ পৰা ৮০ শতাংশলৈকে ডিচকাউণ্ট পাব গ্ৰাহকে। সেইদৰে Flipkart ত  ১০০০তকৈ অধিক ফেশ্বন ব্ৰেণ্ড আছে। বিউটি, বেবী কেয়াৰ আদিৰ দৰে প্ৰডাক্টৰ ওপৰতো ৮০ শতাংশ পৰ্যন্ত ডিচকাউণ্টৰ সুবিধা লাভ কৰিব গ্ৰাহকে।



ইলেকেট্ৰনিকচ্ প্ৰডাক্টৰ ওপৰতো ৮০ শতাংশ পৰ্যন্ত ডিচকাউণ্ট

Flipkart ৰ ফালৰ পৰা লাভ কৰা তথ্য অনুসৰি, Flipkart Flipstart Days ৰ অফাৰত ইলেকেট্ৰনিকচ্ প্ৰডাক্টৰ ওপৰতো ৮০ শতাংশ পৰ্যন্ত ডিচকাউণ্ট লাভ কৰিব গ্ৰাহকে। গ্ৰাহকে SONY, JBL ৰ হেডফোন আৰু স্পীকাৰতো লাভ কৰিব ডিচকাউণ্ট। সেইদৰে HP, Acer ৰ লেপটপতো গ্ৰাহকে লাভ কৰিব ডিচকাউণ্ট।

TV  ত ৭৫ শতাংশলৈকে ডিচকাউণ্ট

Vu Smart HD TV(32 inc) ১২,৪৯৯ টকাত ক্ৰয় কৰিব পাৰিব। লগতে ৱাশ্বিং মেচিন ৬,৪৯৯ টকাৰ পৰা ক্ৰয় কৰাৰ সুবিধা দিছে Flipkart–এ।
আৰু চাওক পৰৱৰ্তী বাতৰি