• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • FlipKart– এ দীপাৱলী উপলক্ষে আগবঢ়াইছে আকৰ্ষণীয় উপহাৰ!

FlipKart– এ দীপাৱলী উপলক্ষে আগবঢ়াইছে আকৰ্ষণীয় উপহাৰ!

৫৯৯৯ টকাতে ক্ৰয় কৰক ২৪ ইঞ্চিৰ টিভি

৫৯৯৯ টকাতে ক্ৰয় কৰক ২৪ ইঞ্চিৰ টিভি

৫৯৯৯ টকাতে ক্ৰয় কৰক ২৪ ইঞ্চিৰ টিভি

  • Share this:


    ভাল খবৰ,  দীপাৱলী উপলক্ষে FlipKart এ নিজৰ গ্ৰাহক সকললৈ আগবঢ়াইছে  আকৰ্ষণীয় উপহাৰ। ২১ অক্টোবৰৰ পৰা ২৫ অক্টোবৰৰ ভিতৰত FilpKart ৰ পৰা ক্ৰয় কৰক সামগ্ৰী আৰু লাভ কৰক ৮০ শতাংশ পৰ্যন্ত ৰেহাই। উল্লেখযোগ্য যে,   FilpKart এ ‘বিগ দীপাৱলী চেল’ৰ উপলক্ষে Thomson ৰ টিভি ক্ৰয়ত বৃহৎ ৰেহাই আগবঢাইছে। ৫৯৯৯ টকাৰ পৰা গ্ৰাহকে ক্ৰয় কৰিব পাৰিব Thomson ৰ LED TV।
    First published: