உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • আপুনি কিমান স্মাৰ্ট পৰীক্ষা কৰক, ৫ মিনিটত এই ফটোখনত থকা সাপডাল বিচাৰি উলিয়াওক

    আপুনি কিমান স্মাৰ্ট পৰীক্ষা কৰক, ৫ মিনিটত এই ফটোখনত থকা সাপডাল বিচাৰি উলিয়াওক

    ছচিয়েল মিডিয়াত বহু লোকে সাপডাল বিচাৰি হাবাথুৰি খাইছে। এতিয়া আপোনাৰ পাল। যদি আপুনি সাপডাল বিচাৰি পায় তেন্তে আমি আপোনাক আৰু এটা টাস্ক দিম।

    • Share this:
    ছচিয়েল মিডিয়াত বৰ্তমান ভাইৰেল হৈছে এখন ফটো। এই ফটোখন শ্বেয়াৰ কৰি লিখা হৈছে, এই ফটোত লুকাই থকা সাপডাল বিচাৰি উলিয়াবলৈ আপোনাৰ ওচৰত মাত্ৰ ৫ মিনিট। আপুনি এই ফটোখন মন দি চালে বহুকেইজোপা গছ দেখিব আৰু তাৰ মাজতে লুকাই আছে এঢাল সাপ, যাক আপুনি বিচাৰি উলিয়াব লাগে। এই ফটোখন শ্বেয়াৰ হোৱাৰ পিছৰে পৰা ছচিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে।

    বহু লোকে চেষ্টা কৰিছে সাপডাল বিচাৰি উলিয়াবলৈ। আপুনিও চেষ্টা কৰক। অলপ চেষ্টা কৰিলেই আপুনি হয়তো বিচাৰি পাব ফটোখনত লুকাই থকা সাপডাল।

    এই ফটোখন ভালকৈ চাওক। অলপ জুম কৰক, আপুনি সাপডাল দেখা পাব। ছচিয়েল মিডিয়াত বহু লোকে সাপডাল বিচাৰি হাবাথুৰি খাইছে। এতিয়া আপোনাৰ পাল। যদি আপুনি সাপডাল বিচাৰি পায় তেন্তে আমি আপোনাক আৰু এটা টাস্ক দিম। এনেকুৱাই আৰু এখন ফটো দিম।

    এই ফটোখনত আমি আপোনাক কিছু হিণ্টছ আগবঢ়াইছো। কিন্তু প্ৰশ্ন এয়াই যে আপুনি ফটোখন বিচাৰি পালেনে। যদি পালে তেন্তে কমেণ্ট কৰি জনাওক। লগতে এই ষ্টৰী আপোনাৰ বন্ধৰ সৈতে শ্বেয়াৰ কৰক, যিয়ে নিজকে বুদ্ধিমান বুলি ভাৱে। প্ৰথমখন ফটোত আপোনাক কেৱল ৫ মিনিট দিয়া হৈছিল, সেয়া আপুনি ১৫ ছেকেণ্ডতে বিচাৰি উলিয়াব পাৰিব। কিন্তু এই ফটোখনত আমি আপোনাক দিছো ১৫ মিনিটৰ সময়।
    Published by:Sanjay Kumar Das
    First published: