• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • দেশৰ আৰ্থিক সংকটপূৰ্ণ অৱস্থাতো মোদী চৰকাৰে দিছে বিশেষ উপহাৰ

দেশৰ আৰ্থিক সংকটপূৰ্ণ অৱস্থাতো মোদী চৰকাৰে দিছে বিশেষ উপহাৰ

 বিত্তীয় সংকটৰ কথা অস্বীকাৰ কৰিছে বিত্ত মন্ত্ৰী নিৰ্মলা সিতাৰমণে  

বিত্তীয় সংকটৰ কথা অস্বীকাৰ কৰিছে বিত্ত মন্ত্ৰী নিৰ্মলা সিতাৰমণে  

বিত্তীয় সংকটৰ কথা অস্বীকাৰ কৰিছে বিত্ত মন্ত্ৰী নিৰ্মলা সিতাৰমণে  

  • Share this:
    যি সময়ত কেন্দ্ৰীয় চৰকাৰে ভাৰতবৰ্ষৰ অৰ্থনীতিৰ দ্ৰূত বিকাশ হৈছে বুলি বিভিন্ন ঠাইত দাবী কৰি আহিছে সেই সময়তে  নিটি আয়োগৰ উপাধ্যক্ষ ৰাজীৱ কুমাৰে দিছে ভয়াৱহ ভবিষ্যতৰ ইংগিত। দ্ৰূত অৱনতি ঘটিছে ভাৰতবৰ্ষৰ অৰ্থনীতি। কিন্তু দেশত চলিত বিত্তীয় সংকটৰ কথা অস্বীকাৰ কৰিছে বিত্ত মন্ত্ৰী নিৰ্মলা সিতাৰমণে। বিত্ত মন্ত্ৰীগৰাকীয়ে দেশৰ অৰ্থনীতি এতিয়াও শক্তিশালী বুলিয়েই মন্তব্য কৰিছে।

    ১. মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰা সকলে লাভ কৰিব বিশেষ সুবিধা

    ২. ক্ষুদ্ৰ ব্যৱসায়ী সকলেও পাব বিশেষ সা–সুবিধা।

    ৩. বৃহৎ প্ৰতিষ্ঠান সমূহেও পাব বিশেষ ৰেহাই।

    ৪. কৰ দাতা সকললৈও বিশেষ সকাহ দিছে কেন্দ্ৰীয় বিত্ত মন্ত্ৰণালয়ে।

    কিন্তু কিদৰে সুবিধা লাভ কৰিব সেই কথা বিশদ ভাবে পৰৱৰ্তী সময়ত ঘোষণা কৰাৰ আশ্বাস দিছে কেন্দ্ৰীয় বিত্ত মন্ত্ৰীগৰাকীয়ে।

    First published: