ফেব্ৰুৱাৰী মাহত কোন কোন ৰাজ্যত কি কি তাৰিখে বন্ধ থাকিব বেংক? ফেব্ৰুৱাৰী মাহত কোন কোন ৰাজ্যত কি কি তাৰিখে বন্ধ থাকিব বেংক? মাজত মাত্ৰ দুটা দিন বাকী! আছে নেকি বেংকত আপোনাৰ জৰুৰী কাম? বছৰৰ দ্বিতীয় মাহ ফেব্ৰুৱাৰীত প্ৰায় ১২ দিন বন্ধ থাকিব বেংক। ফেব্ৰুৱাৰী মাহত, বসন্ত পঞ্চমী, গুৰু ৰবিদাস জয়ন্তীৰ দিনা দেশৰ বিভিন্ন প্ৰান্তত বন্ধ থাকে বেংক। অৱশ্যে মাহটোৰ প্ৰতিটো বন্ধ প্ৰতিখন ৰাজ্যতে প্ৰযোজ্য নহয়।
ফেব্ৰুৱাৰী মাহৰ Bank Holiday:
ফেব্ৰুৱাৰী ২: সোনম লোচাৰ, গেংটকত বন্ধ থাকিব বেংক।
ফেব্ৰুৱাৰী ৫: সৰস্বতী পূজা/শ্ৰী পঞ্চমী/বসন্ত পঞ্চমী (কলকাতা, ভূৱনেশ্বৰ. আগৰতলাত বেংক বন্ধ)
ফেব্ৰুৱাৰী ৬: দেওবাৰ
ফেব্ৰুৱাৰী ১২: মাহৰ দ্বিতীয় শনিবাৰ
ফেব্ৰুৱাৰী ১৩: দেওবাৰ
ফেব্ৰুৱাৰী ১৫: মহম্মদ হজৰত আলী জন্মদিৱস/লুই-নাগাই-নি (লক্ষ্ণৌ, কানপুৰ, ইম্ফলত বেংক বন্ধ)
ফেব্ৰুৱাৰী ১৬: গুৰু ৰবিদাস জয়ন্তী (চণ্ডীগড়ত বেংক বন্ধ)
ফেব্ৰুৱাৰী ১৮: ডলজাত্ৰা (কলকাতাত বেংক বন্ধ)
ফেব্ৰুৱাৰী ১৯: ছত্ৰপতি শিৱাজী মহাৰাজ জয়ন্তী (বেলাপুৰ, মুম্বাই, নাগপুৰত বেংক বন্ধ)
ফেব্ৰুৱাৰী ২০: দেওবাৰ
ফেব্ৰুৱাৰী ২৬: মাহৰ চতুৰ্থ শনিবাৰ
ফেব্ৰুৱাৰী ২৭: দেওবাৰ
Published by: Himangshu Bhuyan
First published: January 29, 2022, 09:53 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|