• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • #GoForGloryLovina: বঙাইগাঁৱত লাভলীনাৰ বৃহৎ চিত্ৰ অংকন কৰি অনুৰাগীয়ে জনালে শুভেচ্ছা...

#GoForGloryLovina: বঙাইগাঁৱত লাভলীনাৰ বৃহৎ চিত্ৰ অংকন কৰি অনুৰাগীয়ে জনালে শুভেচ্ছা...

Tokyo Olympics: GO FOR GLORY LAVLINA ' বঙাইগাঁৱত লাভলিনাৰ প্ৰকাণ্ড চিত্ৰ অংকণ কৰি শুভেচ্ছা জ্ঞাপন ৷

Tokyo Olympics: GO FOR GLORY LAVLINA ' বঙাইগাঁৱত লাভলিনাৰ প্ৰকাণ্ড চিত্ৰ অংকণ কৰি শুভেচ্ছা জ্ঞাপন ৷

Tokyo Olympics: GO FOR GLORY LAVLINA ' বঙাইগাঁৱত লাভলিনাৰ প্ৰকাণ্ড চিত্ৰ অংকণ কৰি শুভেচ্ছা জ্ঞাপন ৷

  • Share this:
বঙাইগাঁৱত অসম গৌৰৱ লাভলিনা বৰগোঁহাইলৈ শুভেচ্ছা ৷ Tokyo অলিম্পিকৰ প্ৰাকক্ষণত অসম জীয়ৰীৰ চিত্ৰ অংকন কৰি শুভকামনা জ্ঞাপন অনুৰাগীৰ ৷

আগন্তক অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰা বক্সাৰ গৰাকীক উৎসাহ যোগোৱাৰ উদ্দেশ্যৰে নৱ নিৰ্মাণ আৰু আমি বনৰীয়া নামৰ সামাজিক সংগঠন দুটাই ব্যতিক্ৰমী পদক্ষেপ হাতত লৈছে ৷ চহৰখনৰ মাজমজিয়াত লাভলিনাৰ বৃহৎ চিত্ৰ অংকণ কৰি বক্সাৰগৰাকীক অধিক উৎসাহিত কৰাৰ প্ৰয়াস চলোৱা হৈছে ৷ লাভলিনাই আগন্তুক অলিম্পিকত পদক অৰ্জন কৰি অসমৰ লগতে ভাৰতবৰ্ষলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ’ব বুলি দৃঢ় বিশ্বাসী এইসকল যুৱক ৷ আনহাতে চহৰখনৰ দেৱালত লাভলিনাৰ চিত্ৰ অংকন কৰি বঙাইগাঁওবাসীৰ সম্পূৰ্ণ সমৰ্থন ব্যক্ত কৰা হৈছে বুলি সংগঠন দুটাই জানিবলৈ দিছে ৷
Published by:Kokil Sarma
First published: