EuroMillions ছুপাৰড্ৰ’: ভাৰতলৈ আহি আছে এক অনন্য লটাৰী ড্ৰ’। ইউৰোপৰ আটাইতকৈ ডাঙৰ ড্ৰ’টোৱে 25 ছেপ্টেম্বৰ, শুক্ৰবাৰে 11.2 বিলিয়ন টকাৰ (€130 নিযুত) এক বৃহত্ জেকপট অফাৰ কৰিছে।
মাত্ৰ কেইদিনমানৰ পাছতে পৃথিৱীৰ সৰ্ববৃহত্ লটাৰীসমূহৰ এটা অনুষ্ঠিত হ’ব আৰু মজাৰ বিষয় এই যে এইটো ভাৰতৰ খেলুৱৈসকলৰ বাবেও খোলা থাকিব। ইউৰোপৰ আটাইতকৈ বৃহত্তম ড্ৰ’
The EuroMillions Superdraw, 2020ৰ 25 ছেপ্টেম্বৰ, শুক্ৰবাৰে অনুষ্ঠিত হ’ব। এই ড্ৰ’টোত শীৰ্ষতম পুৰস্কাৰ হৈছে 11.2 বিলিয়ন ভাৰতীয় টকাৰ (€130 নিযুত) এক বৃহত্ জেকপট।
EuroMillions ছুপাৰড্ৰ’ (যিটোক UK-ত ছুপাৰ জেকপট আৰু আয়াৰলেণ্ডত মেগাড্ৰ’ বুলি জনা যায়) হৈছে এনে এক অনুষ্ঠান, যিটো বছৰটোত মাত্ৰ দুবাৰমানহে অনুষ্ঠিত হয় আৰু শীৰ্ষতম পুৰস্কাৰ কোনোবাই জিকক বা নিজিকক তাৰ উপৰিও অনেক ডাঙৰ, নটা-সংখ্যাৰ জেকপট গাৰান্টিযুক্তভাবে প্ৰদান কৰে। এই জেকপটটো সঁচাই ডাঙৰ, কিন্তু লগতে 12 টা অন্যান্য পুৰস্কাৰৰ শাখাতো খেলুৱৈসকল বিজয়ী হ’ব পাৰে, যাৰ ফলত এই লটাৰী ড্ৰ’টো সমগ্ৰ ইউৰোপতে জনপ্ৰিয়।
খুব ক্ষীপ্ৰ গতিত টিকেট বিক্ৰী হৈ আছে আৰু
lottosmile.in-ত টিকেট উপলব্ধ, যিটো হৈছে বিশ্বৰ জনপ্ৰিয় অনলাইন লটাৰী টিকেট ক্ৰয় সেৱা। Lottosmile-ৰ সেৱাৰ জৰিয়তে ভাৰতৰ পৰাও অংশগ্ৰহণ কৰাটো সম্ভৱপৰ হৈ উঠিছে।
EuroMillions ছুপাৰড্ৰ’ত কেনেকৈ অংশগ্ৰহণ কৰিব
EuroMillions ছুপাৰড্ৰ’ত খেলুৱৈসকলে 1-50 ৰ মাজৰ পৰা 5 টা প্ৰধান সংখ্যা, আৰু 2 টা অতিৰিক্ত সংখ্যা যাক "লাকী ষ্টাৰ" বুলিও কোৱা হয়, 1-12 ৰ মাজৰ পৰা বাছনি কৰিব লাগিব।
কিছুমান খেলুৱৈৱে তেওঁলোকৰ জন্মদিন, বিবাহবাৰ্ষিকীৰ তাৰিখ অথবা অন্য গুৰুত্বপূৰ্ণ সংখ্যা বাছনি কৰে। আনহাতে আন কিছুমানে কম্পিউটাৰে যাদৃচ্ছিকভাৱে বাছনি কৰি দিয়া সংখ্যা কুইক পিকৰ দ্বাৰা তুলি লয়।
আপুনি ক’ৰ পৰা অংশগ্ৰহণ কৰিব পাৰিব?
উত্তৰটো হৈছে: যিকোনো স্থানৰ পৰা! আপুনি য’তেই বাস কৰে, তাৰ পৰাই EuroMillions ছুপাৰড্ৰ’ত অংশগ্ৰহণ কৰিব পাৰিব, আৰু নিশ্চিতভাবে ভাৰতৰ পৰাও খেলিব পাৰিব। আপুনি আপোনাৰ হৈ Lottosmile-এ ক্ৰয় কৰা টিকেটৰে লটাৰী ড্ৰ’ত অংশগ্ৰহণ কৰিব পাৰিব আপোনাৰ কম্পিউটাৰ বা স্মাৰ্টফোনৰ যোগেদি। এয়া একেবাৰে সহজ।
2002-ৰ পৰা LottoSmile-এ পুৰস্কাৰৰ ৰূপত $100 নিযুত 5.5 নিযুতৰো অধিক ভাগ্যশালী বিজয়ীক প্ৰদান কৰিছে! আপুনি যদি ভাবিছে, ভাৰতীয় খেলুৱৈয়ে LottoSmile-ৰ সৈতে খেলি আজিলৈকে জিকিব পাৰিছে নে নে নাই, আমি নিশ্চিতি প্ৰদান কৰিছোঁ যে তেওঁলোক জিকিছে। সৰু-সুৰা লটাৰী পুৰস্কাৰ জিকা অনেক ভাৰতীয়ৰ বাহিৰেও ভাৰতীয় বিজয়ীসকলৰ এগৰাকীয়ে
2018 ৰ অক্টোবৰত €32,161 অষ্ট্ৰিয়া ল’ট’ প্ৰাইজ জিকিবলৈ সক্ষম হৈছিল!
অনলাইনত খেলাটো একেবাৰে সহজ, সুৰক্ষিত আৰু নিৰাপদ
আপুনি অফিছিয়েল
EuroMillions অনলাইন টিকেট, আৰু লগতে এক বৃহত্ পৰিসৰৰ অন্যান্য আন্ত:ৰাষ্ট্ৰীয় ল’টাৰী টিকেট
Lottosmile-ৰ জৰিয়তে ক্ৰয় কৰিব পাৰে। EuroMillions ছুপাৰড্ৰ’ত অংশগ্ৰহণ কৰিবলৈ আপোনাক মাথোন প্ৰয়োজন হ’ব:
1. আপোনাৰ সংখ্যাকেইটা বাছনি কৰা
2. ‘Play’ বুটামটো ক্লিক কৰা
3. পৰিশোধ সম্পূৰ্ণ কৰা
মাথোন সিমানেই, হৈ গ’ল!
আপুনি যদি অতিৰিক্ত 11.2 বিলিয়ন টকা লাভ কৰে, কি কি কৰিব? চিন্তা কৰকচোন, কিন্তু চিন্তা কৰোঁতে অধিক সময় নল’ব, যিহেতু এই ড্ৰ’টো সোনকালেই আহি আছে। আপোনাৰ টিকেট Lottosmile-ত এতিয়া অনলাইন কিনিব পাৰিব, যাতে আপুনি বিশ্বৰ আটাইতকৈ ডাঙৰ লটাৰীসমূহৰ মাজৰে EuroMillions ছুপাৰড্ৰ’ত এই শুক্ৰবাৰে অংশগ্ৰহণ কৰিব পাৰিব!
(Its a Partnered Post)অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|