• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • ৰক্ষা! চাকৰি গ’লেও দুবছৰলৈকে পাই থাকিব দৰমহা!

ৰক্ষা! চাকৰি গ’লেও দুবছৰলৈকে পাই থাকিব দৰমহা!

কোৰোণা ভাইৰাছৰ কাৰণে সমগ্ৰ বিশ্বত যি পৰিস্থিতিয়ে দেখা দিছে তাৰ কাৰণে একাধিক ৰেহাই ঘোষণা কৰিছিল কেন্দ্ৰ চৰকাৰে। পাব্লিক প্ৰভিডেণ্ট ফাণ্ড, সুকন্যা সমৃদ্ধি যোজনা তথা অন্যান্য স্মল চেভিংছ স্কীমত টকা জমা কৰাৰ পৰা একাউণ্ট খোলা আদি বিভিন্ন নিয়মত ৰেহাই দিয়া হৈছিল। কিন্তু এই ৰেহাই ৩১জুলাইলৈকেহে দিয়া হৈছিল।

কিবা কাৰণে যদি আপোনাৰ চাকৰি যায়, তথাপিও দুবছৰ পৰ্যন্ত দৰমহা পাই থাকিব আপুনি

  • Share this:
ব্যক্তিগত খণ্ডত চাকৰি কৰা সকলৰ মনত সদায় চাকৰি যোৱাৰ এক ভয় থাকে। কিন্তু এতিয়া বৰ বিশেষ চিন্তা নকৰিব। কাৰণ এতিয়া আপোনাৰ চাকৰি গ’লেও ঘৰত বহিয়েই দুবছৰ পৰ্যন্ত পাই থাকিব দৰমহা। প্ৰাইভেট চাকৰি কৰা সকলৰ বাবে কৰ্মচাৰী ৰাজ্য বীমা নিগম(ESIC)এ লৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

ESICএ কৈছে যে, ‘অটল বীমিত ব্যক্তি কল্যান যোজনা’ৰ অধীনত চাকৰি গ’লেও চৰকাৰে আৰ্থিক ভাবে সহায় কৰিব।’

কিদৰে ল’ব লাগিব এই সুবিধা–

  • যদি আপুনি এই আঁচনিৰ সুবিধা ল’ব বিচাৰে তেন্তে ESICৰ অটল বীমিত ব্যক্তি কল্যাণ যোজনাৰ বাবে পঞ্জীয়ন কৰিব লাগিব।

  • ESICৰ ৱেৱচাইটলৈ গৈ অটল বীমিত ব্যক্তি কল্যাণ যোজনাৰ ফৰ্ম ডাইনলোড কৰিব পাৰিব।

  • ফৰ্মখন পূৰণ কৰি ESIC ৰ যিকোনো শাখাত জমা দিব লাগিব।

  • ফৰ্মৰ লগত ২০ টকাৰ ‘NON-Judicial paper’ ত নটাৰীৰ জৰিয়তে এফিডেফিট কৰোৱাব লাগিব।

  • ইয়াত AB-1ৰ পৰা AB-4 ফৰ্ম জমা কৰিব লাগিব।

  • অধিক তথ্যৰ বাবে www.esic.nic.in চাইট লগ ইন কৰক।

Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি