ৰক্ষা! চাকৰি গ’লেও দুবছৰলৈকে পাই থাকিব দৰমহা!

কোৰোণা ভাইৰাছৰ কাৰণে সমগ্ৰ বিশ্বত যি পৰিস্থিতিয়ে দেখা দিছে তাৰ কাৰণে একাধিক ৰেহাই ঘোষণা কৰিছিল কেন্দ্ৰ চৰকাৰে। পাব্লিক প্ৰভিডেণ্ট ফাণ্ড, সুকন্যা সমৃদ্ধি যোজনা তথা অন্যান্য স্মল চেভিংছ স্কীমত টকা জমা কৰাৰ পৰা একাউণ্ট খোলা আদি বিভিন্ন নিয়মত ৰেহাই দিয়া হৈছিল। কিন্তু এই ৰেহাই ৩১জুলাইলৈকেহে দিয়া হৈছিল।
কিবা কাৰণে যদি আপোনাৰ চাকৰি যায়, তথাপিও দুবছৰ পৰ্যন্ত দৰমহা পাই থাকিব আপুনি
- News18 Assam
- Last Updated: January 23, 2020, 1:24 PM IST
ESICএ কৈছে যে, ‘অটল বীমিত ব্যক্তি কল্যান যোজনা’ৰ অধীনত চাকৰি গ’লেও চৰকাৰে আৰ্থিক ভাবে সহায় কৰিব।’
কিদৰে ল’ব লাগিব এই সুবিধা–
- যদি আপুনি এই আঁচনিৰ সুবিধা ল’ব বিচাৰে তেন্তে ESICৰ অটল বীমিত ব্যক্তি কল্যাণ যোজনাৰ বাবে পঞ্জীয়ন কৰিব লাগিব।
- ESICৰ ৱেৱচাইটলৈ গৈ অটল বীমিত ব্যক্তি কল্যাণ যোজনাৰ ফৰ্ম ডাইনলোড কৰিব পাৰিব।
- ফৰ্মখন পূৰণ কৰি ESIC ৰ যিকোনো শাখাত জমা দিব লাগিব।
- ফৰ্মৰ লগত ২০ টকাৰ ‘NON-Judicial paper’ ত নটাৰীৰ জৰিয়তে এফিডেফিট কৰোৱাব লাগিব।
- ইয়াত AB-1ৰ পৰা AB-4 ফৰ্ম জমা কৰিব লাগিব।
- অধিক তথ্যৰ বাবে www.esic.nic.in চাইট লগ ইন কৰক।