EPFO) ইয়াৰ একাউণ্ট ধাৰকসকলক এক ডাঙৰ সকাহ ঘোষণা কৰিছে। ই.পি.এফ.ও.ই-মনোনয়নৰ জৰিয়তে মনোনীত ব্যক্তি যোগ দিয়াৰ অন্তিম তাৰিখ বৃদ্ধি কৰিছে। পিএফ একাউণ্ট ধাৰকসকলে এতিয়া ৩১ ডিচেম্বৰ, ২০২১-ৰ পিছতো ই-মনোনয়ন লাভ কৰিবলৈ সক্ষম হ'ব।