বহুৰ দিনাই ছচিয়েল মিডিয়াৰ জৰিয়তে একেলগে অসমবাসীক সম্বোধন কৰিলে জুবিন গাৰ্গ আৰু অংগৰাগ পাপন মহন্তই
বহুৰ দিনাই ছচিয়েল মিডিয়াৰ জৰিয়তে একেলগে অসমবাসীক সম্বোধন কৰিলে জুবিন গাৰ্গ আৰু অংগৰাগ পাপন মহন্তই
বহুৰ দিনাই ছচিয়েল মিডিয়াৰ জৰিয়তে একেলগে অসমবাসীক সম্বোধন কৰিলে জুবিন গাৰ্গ আৰু অংগৰাগ পাপন মহন্তই। দীৰ্ঘসময় ধৰি দুয়োগৰাকীয়ে পাতিলে বিভিন্ন ৰসাল কথা বতৰা। বহুদিনৰ পিছত জুবিন গাৰ্গৰ কণ্ঠত শুনিবলৈও পোৱা গ’ল এটি নতুন গীত। পাপনেও গীত গাই অসমবাসীক জনালে বিহুৰ শুভেচ্ছা।
ইনষ্টাগ্ৰামৰ জৰিয়তে লাইভত অহা পাপনৰ সৈতে বিহুৰ দিনাই সংযোগ হয় বলীউদৰ তাৰকা কণ্ঠশিল্পীদ্বয় চনু নিগম আৰু শ্ৰেয়া ঘোষাল। চনু নিগমেও এটি বিহুগীতেৰে অসমবাসীক জনালে বিহুৰ শুভেচ্ছা। আনহাতে শ্ৰেয়া ঘোষালেও গুণগুণালে পাপনৰে এটি বিহু গীত।
কেৱল ইমানেই নহয় পাপনে হিমা দাস, কণ্ঠশিল্পী জুবলী, ছানৰ সৈতেও কৰে বাৰ্তালাপ।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|