অনুৰাধা ছবিগৃহত একেলগে ৰত্নাকৰ উপভোগ কৰিলে জুবিন–যতীনে, দৰ্শকৰ মাজত উচাহৰ ঢল, Video

অসমীয়া ছবিৰ অন্যতম সফল যুটী জুবিন গাৰ্গ আৰু যতীন বৰাৰ কষ্টৰ ফচল হ’ল ৰত্নাকৰ

News18-Assam
Updated:October 16, 2019, 10:12 PM IST
অনুৰাধা ছবিগৃহত একেলগে ৰত্নাকৰ উপভোগ কৰিলে জুবিন–যতীনে, দৰ্শকৰ মাজত উচাহৰ ঢল, Video
অসমীয়া ছবিৰ অন্যতম সফল যুটী জুবিন গাৰ্গ আৰু যতীন বৰাৰ কষ্টৰ ফচল হ’ল ৰত্নাকৰ
News18-Assam
Updated: October 16, 2019, 10:12 PM IST
অসমীয়া ছবিৰ অন্যতম সফল যুটী জুবিন গাৰ্গ আৰু যতীন বৰাৰ কষ্টৰ ফচল হ’ল ৰত্নাকৰ। বিদেশ ভ্ৰমণ সামৰি মঙলবাৰে অসমত উপস্থিত হোৱাৰ পিছত আজি গুৱাহাটীৰ অনুৰাধা ছবিগৃহত ৰত্নাকৰ উপভোগ কৰিলে জুবিন গাৰ্গ আৰু যতীন বৰাই। জে বি প্ৰডাকছনৰ বেনাৰত নিৰ্মাণ হোৱা ছবিখনৰ সংগীত প্ৰযোজনা কৰিছে জুবিন গাৰ্গে। জুবিন গাৰ্গ আৰু যতীন বৰাক কাষত পাই উৎফুল্লিত হৈ পৰে ৰত্নাকৰ চাবলৈ অহা দৰ্শক। জুবিন গাৰ্গ আৰু যতীন বৰাক সংগ দিয়ে গৰিমা শইকীয়া গাৰ্গ আৰু নৱনীতা শৰ্মাই।

আৰু চাওক পৰৱৰ্তী বাতৰি