আৰম্ভ হ’ল কাঞ্চনজংঘাৰ প্ৰচাৰ, তিনিচুকীয়াত সদলবলে জুবিন গাৰ্গ
News18-Assam Updated:August 16, 2019, 4:51 PM IST

তিনিচুকীয়াত কাঞ্চনজংঘাৰ প্ৰচাৰ চলালে যুৱপ্ৰজন্মৰ হাৰ্ট থ্ৰব জুবিন গাৰ্গে
তিনিচুকীয়াত কাঞ্চনজংঘাৰ প্ৰচাৰ চলালে যুৱপ্ৰজন্মৰ হাৰ্ট থ্ৰব জুবিন গাৰ্গে
- News18 Assam
- Last Updated: August 16, 2019, 4:51 PM IST

জুবিন গাৰ্গৰ উপস্থিতিৰ লগে লগেই বাণিজ্য মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকল উৎফুল্লিত হৈ পৰে | তিনিচুকীয়া বাণিজ্য মহাবিদ্যালয়ৰ পিছত তিনিচুকীয়া মহাবিদ্যালয়তো কাঞ্চনজংঘাৰ প্ৰচাৰ চলালে কৰে জুবিন গাৰ্গে। সকলোকে কাঞ্চনজংঘা চাবলৈ আহ্বান জনাই জুবিন গাৰ্গৰ।