• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • ঝাৰখণ্ডৰ শিল্পীৰ লগত এইবাৰ একেলগে জুবিন গাৰ্গ, বজালে বিশেষ বাদ্য, চাওক Video

ঝাৰখণ্ডৰ শিল্পীৰ লগত এইবাৰ একেলগে জুবিন গাৰ্গ, বজালে বিশেষ বাদ্য, চাওক Video

শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে কলাগুৰু সংগীত মহোৎসৱ

শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে কলাগুৰু সংগীত মহোৎসৱ

শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে কলাগুৰু সংগীত মহোৎসৱ

  • Share this:
শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে কলাগুৰু সংগীত মহোৎসৱ। মহোত্‍সৱত এইবাৰ অনন্য ৰূপত দেখিবলৈ পোৱা গৈছে জুবিন গাৰ্গক। শুকুৰবাৰে নিশা অনুষ্ঠিত হোৱা সাংস্কৃতিক কাৰ্যসূচীত ঝাৰখণ্ডৰ সাংস্কৃতিক গোষ্ঠীৰ সৈতে ব্যতিক্ৰমী ৰূপত দেখা গ’ল জুবিন গাৰ্গক।

ঝাৰখণ্ডৰ শিল্পীৰ দলে পৰিবেশন কৰা গীতৰ তালে তালে এক বিশেষ বাদ্য বজালে জুবিন গাৰ্গে। অন্যান্য শিল্পীৰ লগতে জুবিন গাৰ্গে বজোৱা ঝাৰখণ্ডৰ পৰম্পৰাগত বাদ্যৰ তালে তালে নৃত্য কৰিলে শিল্পীৰ দলটোৱে। টংলা স্মাৰ্ট চিটি নামৰ এটা ফেচবুক পেজে জুবিন গাৰ্গৰ এই বিশেষ ভিডিঅ’টো শ্বেয়াৰ কৰাৰ পিছতে চৰ্চা চলে ছচিয়েল মিডিয়াত।

চাওক ভিডিঅ’

Published by:Himangshu Bhuyan
First published: