Source- Times Music Assamese(Youtube Channel)
অহা ৬ ছেপ্তেম্বৰ তাৰিখে ৰাজ্যজুৰি মুক্তিলাভ কৰিব জুবিন গাৰ্গ ছবি কাঞ্চনজংঘা
বহু প্ৰতীক্ষাৰ অন্তত শুক্ৰবাৰে মুক্তিপালে জুবিন গাৰ্গৰ বহুপ্ৰত্যাশিত ছবি কাঞ্চনজংঘাৰ অফিচিয়েল ট্ৰেইলাৰ। ইতিমধ্যে মুক্তিপোৱা ছবিখনৰ গীত আৰু টিজাৰে অসমৰ চলচিত্ৰ অনুৰাগীৰ পৰা লাভ কৰিছে আশাপ্ৰদ সঁহাৰি। I Creation ৰ বেনাৰত নিৰ্মাণ কৰা ছবিখন প্ৰযোজনা কৰিছে জুবিন গাৰ্গ আৰু গৰিমা শইকীয়া গাৰ্গে।
অহা ৬ ছেপ্তেম্বৰত মুক্তিলাভ কৰিবলগীয়া ছবিখনে দৰ্শকৰ পৰা যে আশাপ্ৰদ সঁহাৰি লাভ কৰিব সেয়া নিশ্চিত।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|