জুবিন গাৰ্গে আশা কৰা ধৰণেই অসমবাসীয়ে আঁকোৱালি ল’লে কাঞ্চনজংঘাক।
জুবিন গাৰ্গে আশা কৰা ধৰণেই অসমবাসীয়ে আঁকোৱালি ল’লে কাঞ্চনজংঘাক।
ৰাজ্যৰ প্ৰতিটো ছবিগৃহতে এতিয়া খলকনিৰ সৃষ্টি কৰিছে জুবিন গাৰ্গৰ ‘কাঞ্চনজংঘা’ই। হিল–দোল ভাঙি কাঞ্চনজংঘা চাবলৈ আহিছে ৰাইজ। জুবিন গাৰ্গে আশা কৰা ধৰণেই অসমবাসীয়ে আঁকোৱালি ল’লে কাঞ্চনজংঘাক। মুক্তিৰ প্ৰথমদিনাই মিছন চাইনাৰ অভিলেখ ভংগ কৰি ৪০ লাখ টকা উপাৰ্জন কৰিছিল কাঞ্চনজংঘাই। তিনিদিনত ‘কাঞ্চনজংঘা’ই উপাৰ্জন কৰিলে মুঠ ১.৩৭ কোটি টকা। শুকুৰবাৰে ৪০ লাখ টকা উপাৰ্জন কৰাৰ বিপৰীতে শনিবাৰে ৩৮.৫ লাখ আৰু দেওবাৰে ৫৯.১ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হয় ‘কাঞ্চনজংঘা’ই।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|