লোকসভা নিৰ্বাচনৰ সময়ৰ ইণ্টাৰনেটত ধুমুহাৰ সৃষ্টি কৰা ৰীণা দ্বিৱেদীক মনত আছেনে?
লোকসভা নিৰ্বাচনৰ সময়ৰ ইণ্টাৰনেটত ধুমুহাৰ সৃষ্টি কৰা ৰীণা দ্বিৱেদীক মনত আছেনে?
হালধীয়া শাৰীৰে জনপ্ৰিয় হোৱা বিগত লোকসভা নিৰ্বাচনৰ পলিং বিষয়া ৰীণা দ্বিৱেদীক মনত আছে নে? নিৰ্বাচনৰ সময়ত হালধীয়া শাৰী পৰিধান কৰি ইণ্টাৰনেটত তোলপাৰ লগোৱা ৰীণাৰ এইবাৰ নৃত্য কৰা ভিডিঅ’ ভাইৰেল হৈছে ছচিয়েল মিডিয়াত।
ছচিয়েল মিডিয়াতো এতিয়া নিতৌ বৃদ্ধি পাইছে ৰীণাৰ Followerৰ সংখ্যা ! গড়কাপ্তানী বিভাগৰ কনিষ্ঠ সহায়িকা হিচাপে কৰ্মৰত লক্ষ্ণৌৰ এইগৰাকী কৰ্মচাৰীয়ে এতিয়া আকৰ্ষণীয় নৃত্যৰে ছচিয়েল মিডিয়াত লগাইছে তোলপাৰ।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|